• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বৃটেইন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চলিল প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
June 15, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
বৃটেইন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
Share on FacebookShare on TwitterWhatsApp

ইটালীৰ অপুলিয়াত চলি থকা G-7 সন্মিলনত ভাগ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমেৰিকা, বৃটেইন, ফ্ৰান্সকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চলিল প্ৰধানমন্ত্ৰী মোদীৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সাক্ষাত সন্দৰ্ভত ছ’চিয়েল মিডিয়াত উল্লেখ কৰিলে মোদীয়ে। জ’ বাইডেনক সাক্ষাত কৰাটো সদায়ে সুখৰ বিষয় বুলি ছ’চিয়েল মিডিয়াত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পূৰ্বৰ দৰেই ভাৰত আৰু আমেৰিকাই বিশ্বৰ উন্নতিৰ বাবে আৰু অধিক কাম কৰিব বুলি সংকল্পবদ্ধ হয়।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ জেলেনেস্কি, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডৰ সৈতে বাৰ্তালাপ কৰে মোদীয়ে।

ইয়াৰ লগতে পোপ ফ্ৰান্সিককো সাক্ষাত কৰি পোপগৰাকীৰ খবৰ লয় মোদীয়ে। সাতখন দেশৰ G7 সন্মিলন সম্বোধন কৰা প্ৰথমগৰাকী পোপ হৈ পৰে পোপ ফ্ৰান্সিস। AIৰ ভাল সম্ভাৱনাৰ লগতে AIৰ পৰা হ’ব পৰা বিপদ সম্পৰ্কে সৰৱ আলোচনা কৰে পোপ ফ্ৰান্সিসে।

প্ৰধানমন্ত্ৰী মোদীয়ে ইমানুৱেল মেক্ৰ’ৰ সৈতে দ্বিপক্ষীয় বৈঠকত অংশ লয়। এই বৈঠকত পৰমাণু, প্ৰতিৰক্ষা, মহাকাশীয় শিক্ষণ, জলবায়ু, AI সন্দৰ্ভত বহু গুৰত্বপূৰ্ণ আৰু দীঘলীয়া আলোচনা চলে।

আনহাতে বৃটেইনৰ প্ৰধামন্ত্ৰীৰ সৈতে বৃটেইন আৰু ভাৰতৰ মাজত বাণিজ্যিক দিশ সন্দৰ্ভত আলোচনা কৰে। ভাৰত আৰু বৃটেইনৰ মাজত আৰ্থিক সহযোগিতাৰ আলোচনাৰ লগতে শিক্ষা আৰু বাণিজ্যৰ ক্ষেত্ৰতো আলোচনা চলে।

প্ৰধানমন্ত্ৰী মোদীৰ এই G7 সন্মিলনত অংশ লোৱা দিশটোৱে ভাৰতৰ উন্নতিৰ ক্ষেত্ৰত আন এক আশাৰ কিৰণ দেখা গৈছে। ৰাষ্ট্ৰসমূহৰ সৈতে হোৱা আলোচনাৰ বাবে এটা ভাল দিশলৈ ভাৰত আগবাঢ়ি যাব বুলি বুদ্ধিজীৱীৰ লগতে গৱেষকসকলে মত প্ৰকাশ কৰিছে।

Tags: G7Narendra ModiPrime Minister

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025