• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বৃটেইন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চলিল প্ৰধানমন্ত্ৰী মোদীৰ

Nation NE by Nation NE
June 15, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
বৃটেইন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
Share on FacebookShare on TwitterWhatsApp

ইটালীৰ অপুলিয়াত চলি থকা G-7 সন্মিলনত ভাগ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমেৰিকা, বৃটেইন, ফ্ৰান্সকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চলিল প্ৰধানমন্ত্ৰী মোদীৰ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সাক্ষাত সন্দৰ্ভত ছ’চিয়েল মিডিয়াত উল্লেখ কৰিলে মোদীয়ে। জ’ বাইডেনক সাক্ষাত কৰাটো সদায়ে সুখৰ বিষয় বুলি ছ’চিয়েল মিডিয়াত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পূৰ্বৰ দৰেই ভাৰত আৰু আমেৰিকাই বিশ্বৰ উন্নতিৰ বাবে আৰু অধিক কাম কৰিব বুলি সংকল্পবদ্ধ হয়।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ জেলেনেস্কি, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডৰ সৈতে বাৰ্তালাপ কৰে মোদীয়ে।

ইয়াৰ লগতে পোপ ফ্ৰান্সিককো সাক্ষাত কৰি পোপগৰাকীৰ খবৰ লয় মোদীয়ে। সাতখন দেশৰ G7 সন্মিলন সম্বোধন কৰা প্ৰথমগৰাকী পোপ হৈ পৰে পোপ ফ্ৰান্সিস। AIৰ ভাল সম্ভাৱনাৰ লগতে AIৰ পৰা হ’ব পৰা বিপদ সম্পৰ্কে সৰৱ আলোচনা কৰে পোপ ফ্ৰান্সিসে।

প্ৰধানমন্ত্ৰী মোদীয়ে ইমানুৱেল মেক্ৰ’ৰ সৈতে দ্বিপক্ষীয় বৈঠকত অংশ লয়। এই বৈঠকত পৰমাণু, প্ৰতিৰক্ষা, মহাকাশীয় শিক্ষণ, জলবায়ু, AI সন্দৰ্ভত বহু গুৰত্বপূৰ্ণ আৰু দীঘলীয়া আলোচনা চলে।

আনহাতে বৃটেইনৰ প্ৰধামন্ত্ৰীৰ সৈতে বৃটেইন আৰু ভাৰতৰ মাজত বাণিজ্যিক দিশ সন্দৰ্ভত আলোচনা কৰে। ভাৰত আৰু বৃটেইনৰ মাজত আৰ্থিক সহযোগিতাৰ আলোচনাৰ লগতে শিক্ষা আৰু বাণিজ্যৰ ক্ষেত্ৰতো আলোচনা চলে।

প্ৰধানমন্ত্ৰী মোদীৰ এই G7 সন্মিলনত অংশ লোৱা দিশটোৱে ভাৰতৰ উন্নতিৰ ক্ষেত্ৰত আন এক আশাৰ কিৰণ দেখা গৈছে। ৰাষ্ট্ৰসমূহৰ সৈতে হোৱা আলোচনাৰ বাবে এটা ভাল দিশলৈ ভাৰত আগবাঢ়ি যাব বুলি বুদ্ধিজীৱীৰ লগতে গৱেষকসকলে মত প্ৰকাশ কৰিছে।

Tags: G7Narendra ModiPrime Minister

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025