• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ভাৰতৰ আটাইতকৈ ভয় লগা স্থান ক’ত ক’ত আছে জানেনে?

অলৌকিক ঘটনা সংঘটিত হোৱা ৫টাকৈ স্থান!

Nation NE by Nation NE
June 15, 2024
in ৰাষ্ট্ৰীয়
0 0
Kuldhara Village

কুলধৰা গাঁৱৰ ফটো

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ৫টা স্থানে কঁপাই তুলিব আপোনাৰ মন। এক ভৌতিক আভাস পোৱা যায় এইকেইটা স্থান। ভাৰতৰ ৫টাকৈ স্থান অতি ভয়লগা। এইকেইটা স্থানক লৈ আছে নানান ভৌতিক কাহিনী। জনপ্ৰবাদ অনুসৰি এই স্থানত প্ৰায়ে সংঘটিত হয় অলৌকিক ঘটনা। ভুত-প্ৰেতে বাস কৰে বুলি চৰ্চা চলে এইকেইটা স্থানত। আপুনি যদি কেতিয়াবা এই স্থানলৈ গৈ সেই স্থানত বাস কৰা লোকক প্ৰশ্ন কৰে তেন্তে শুনিবলৈ পাব ভয়াৱহ কিছুমান কাহিনী।

ৰাজস্থানৰ ভানগড় কিল্লা আটাইতকৈ ভয়াৱহ স্থান হিচাপে চিহ্নিত হৈ আহিছে। এই স্থানৰ কাহিনী শুনিলেই পৰ্যটক কঁপি উঠে। সূৰ্যাস্তৰ পিছত এই ভানগড় কিল্লালৈ যাবলৈ অনুমতি লাভ নকৰে পৰ্যটকে। প্ৰবাদ অনুসৰি হাজাৰ বছৰ পূৰ্বে এই স্থানৰ ৰাজকুমাৰীক আপোন কৰি ল’বলৈ ক’লা যাদুৰ সহায় লৈছিল এজন লোকে। ৰাজকুমাৰীয়ে এই কথা জানিব পাৰি লোকজনক হত্যা কৰিছিল। মৃত্যুৰ পূৰ্বে লোকজনে শাও দি গৈছিল এই কিল্লাটোক। সেই সময়ৰ পৰাই এই ভানগড় কিল্লা এতিয়া হৈ পৰিছে পৰিত্যক্ত।

১৮৭০ দশকত মুকেশ কাপোৰৰ ফেক্টৰীৰ কথা আপোনালোকৰ মনত আছে চাগে। এই কাপোৰৰ ফেক্টৰীটো স্থাপনা কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। কিন্তু এদিন হঠাতে অগ্নিকাণ্ড সংঘটিত হৈ ছাই হৈ পৰিছিল মুকেশ টেক্সটাইল মিল। অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ফেক্টৰীটো অলৌকিক ঘটনা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰিছে বহু চিনেমাৰ পৰিচালকে। সেয়ে মুকেশ কাপোৰৰ উদ্যোগৰ ভিতৰত দৃশ্যগ্ৰহণ কৰিবলৈ সংকোচ কৰে পৰিচালকে।
পুনেৰ শনিবাৰখাড়া কিল্লাও পৰ্যটকৰ বাবে ভয়ানক স্থান। প্ৰবাদ আছে যে পূৰ্ণিমাৰ নিশা অলৌকিক ঘটনা সংঘটিত হয়। লোকপ্ৰবাদ অনুসৰি এই কিল্লাত নৃশংসভাবে হত্যা কৰা হৈছিল ৰাজকুমাৰক। এই ঘটনাৰ পিছতে ৰাজকুমাৰৰ আত্মাই সেই কিল্লাত বিচৰণ কৰে বুলি আছে জনপ্ৰবাদ।

গুজৰাটৰ ডুমাছ সাগৰীয় উপকূল এক ভয়ৰ স্থান। আৰব সাগৰৰ সমীপত থকা এই বিছ পৰ্যটকৰ বাবে অতি ভয়াৱহ স্থান বুলি প্ৰবাদ আছে। এই উপকূললৈ অহা পৰ্যটকে কাণৰ কাষত কোনোবাই ফুচফুচাই কথা কয় বুলি প্ৰবাদ আছে। নিশা এই উপকূলৰ পৰা ৰহস্যজনকভাবে বহু লোক সন্ধানহীন হৈ পৰে বুলিও প্ৰবাদ আছে।

Tags: #hauntedplace #india

Related Posts

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025
মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা
Top News

মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা

December 4, 2025
মন্দিৰত পোছাক পৰিধানক লৈ নতুন নিয়ম, মাৰ্জিত পোছাক পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব ভক্তই

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025