• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ভাৰতৰ আটাইতকৈ ভয় লগা স্থান ক’ত ক’ত আছে জানেনে?

অলৌকিক ঘটনা সংঘটিত হোৱা ৫টাকৈ স্থান!

Nation NE by Nation NE
June 15, 2024
in ৰাষ্ট্ৰীয়
0 0
Kuldhara Village

কুলধৰা গাঁৱৰ ফটো

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ৫টা স্থানে কঁপাই তুলিব আপোনাৰ মন। এক ভৌতিক আভাস পোৱা যায় এইকেইটা স্থান। ভাৰতৰ ৫টাকৈ স্থান অতি ভয়লগা। এইকেইটা স্থানক লৈ আছে নানান ভৌতিক কাহিনী। জনপ্ৰবাদ অনুসৰি এই স্থানত প্ৰায়ে সংঘটিত হয় অলৌকিক ঘটনা। ভুত-প্ৰেতে বাস কৰে বুলি চৰ্চা চলে এইকেইটা স্থানত। আপুনি যদি কেতিয়াবা এই স্থানলৈ গৈ সেই স্থানত বাস কৰা লোকক প্ৰশ্ন কৰে তেন্তে শুনিবলৈ পাব ভয়াৱহ কিছুমান কাহিনী।

ৰাজস্থানৰ ভানগড় কিল্লা আটাইতকৈ ভয়াৱহ স্থান হিচাপে চিহ্নিত হৈ আহিছে। এই স্থানৰ কাহিনী শুনিলেই পৰ্যটক কঁপি উঠে। সূৰ্যাস্তৰ পিছত এই ভানগড় কিল্লালৈ যাবলৈ অনুমতি লাভ নকৰে পৰ্যটকে। প্ৰবাদ অনুসৰি হাজাৰ বছৰ পূৰ্বে এই স্থানৰ ৰাজকুমাৰীক আপোন কৰি ল’বলৈ ক’লা যাদুৰ সহায় লৈছিল এজন লোকে। ৰাজকুমাৰীয়ে এই কথা জানিব পাৰি লোকজনক হত্যা কৰিছিল। মৃত্যুৰ পূৰ্বে লোকজনে শাও দি গৈছিল এই কিল্লাটোক। সেই সময়ৰ পৰাই এই ভানগড় কিল্লা এতিয়া হৈ পৰিছে পৰিত্যক্ত।

১৮৭০ দশকত মুকেশ কাপোৰৰ ফেক্টৰীৰ কথা আপোনালোকৰ মনত আছে চাগে। এই কাপোৰৰ ফেক্টৰীটো স্থাপনা কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। কিন্তু এদিন হঠাতে অগ্নিকাণ্ড সংঘটিত হৈ ছাই হৈ পৰিছিল মুকেশ টেক্সটাইল মিল। অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ফেক্টৰীটো অলৌকিক ঘটনা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰিছে বহু চিনেমাৰ পৰিচালকে। সেয়ে মুকেশ কাপোৰৰ উদ্যোগৰ ভিতৰত দৃশ্যগ্ৰহণ কৰিবলৈ সংকোচ কৰে পৰিচালকে।
পুনেৰ শনিবাৰখাড়া কিল্লাও পৰ্যটকৰ বাবে ভয়ানক স্থান। প্ৰবাদ আছে যে পূৰ্ণিমাৰ নিশা অলৌকিক ঘটনা সংঘটিত হয়। লোকপ্ৰবাদ অনুসৰি এই কিল্লাত নৃশংসভাবে হত্যা কৰা হৈছিল ৰাজকুমাৰক। এই ঘটনাৰ পিছতে ৰাজকুমাৰৰ আত্মাই সেই কিল্লাত বিচৰণ কৰে বুলি আছে জনপ্ৰবাদ।

গুজৰাটৰ ডুমাছ সাগৰীয় উপকূল এক ভয়ৰ স্থান। আৰব সাগৰৰ সমীপত থকা এই বিছ পৰ্যটকৰ বাবে অতি ভয়াৱহ স্থান বুলি প্ৰবাদ আছে। এই উপকূললৈ অহা পৰ্যটকে কাণৰ কাষত কোনোবাই ফুচফুচাই কথা কয় বুলি প্ৰবাদ আছে। নিশা এই উপকূলৰ পৰা ৰহস্যজনকভাবে বহু লোক সন্ধানহীন হৈ পৰে বুলিও প্ৰবাদ আছে।

Tags: #hauntedplace #india

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025