• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ; আই পি এল উপভোগ কৰিব নোৱাৰিব এইটো প্লেটফৰ্মত

Nation NE by Nation NE
October 19, 2024
in Top News, ক্ৰীড়া
0 0
ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ; আই পি এল উপভোগ কৰিব নোৱাৰিব এইটো প্লেটফৰ্মত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

যদি আপুনি আই পি এলৰ অনুৰাগী তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী। আই পি এলৰ ১৮ সংখ্যক ছিজনৰ মেচসমূহ জিঅ’ চিনেমাত দেখিবলৈ পোৱা নাযাব। ৰিলায়েন্স কোম্পানী আৰু হটষ্টাৰ একত্ৰিত হ’ব, যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ৰয়টাৰৰ বাতৰি অনুসৰি, এতিয়াৰে পৰা আৰু জিঅ’ চিনেমাত ক্ৰিকেটৰ সকলো মেচ আৰু অন্যান্য ক্ৰীড়া অনুষ্ঠান প্ৰচাৰ কৰা নহ’ব। ইতিমধ্যে আইচিচি টুৰ্ণামেণ্টৰ আয়োজনৰ অধিকাৰ ডিজনী প্লাছ হটষ্টাৰৰ হাতত আছে।

আই পি এল ২০২৫ৰ ৰোমাঞ্চ এইবাৰ জিঅ’ চিনেমাত দেখা নাযায়। ৰিলায়েন্স কোম্পানী আৰু ডিজনী ইণ্ডিয়াৰ মাজত প্ৰায় ৭১,৪৫৫ কোটি টকাৰ চুক্তি চূড়ান্ত কৰা হৈছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহতেই দুয়োটা কোম্পানীৰ চুক্তি চূড়ান্ত হৈছিল।

প্ৰতিবেদন অনুসৰি জিঅ’ চিনেমাত সম্প্ৰচাৰ হোৱা সকলো ডাঙৰ ক্ৰীড়া অনুষ্ঠান এতিয়াৰে পৰা ডিজনী প্লাছ হটষ্টাৰত দেখা যাব। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে বৰ্তমান জিঅ’ চিনেমাৰ হাতত আইপিএল, ইংলিচ প্ৰিমিয়াৰ লীগ আৰু প্ৰ’ কাবাডী লীগৰ আয়োজনৰ অধিকাৰ আছে। একে সময়তে ডিজনী প্লাছ হটষ্টাৰৰ হাতত আইচিচি টুৰ্ণামেণ্টৰ অধিকাৰ আছে।

কিয় এই পদক্ষেপ লোৱা হ’ল

যিহেতু ডিজনী প্লাছ হটষ্টাৰত উন্নত লাইভ ষ্ট্ৰীমিং প্ৰযুক্তি আছে, গতিকে সকলো ক্ৰীড়া অনুষ্ঠানৰ আয়োজনৰ অধিকাৰ জিঅ’ চিনেমাৰ পৰা হটষ্টাৰলৈ হস্তান্তৰ কৰা হৈছে। আন এটা দিশ হ’ল লাইভ ষ্ট্ৰীমিঙত হটষ্টাৰৰ যথেষ্ট দৰ্শক আছে। ২০২৩ চনত খেলা এদিনীয়া বিশ্বকাপৰ ফাইনেলখন একেলগে ৫.৯ কোটি অনুৰাগীয়ে হটষ্টাৰত উপভোগ কৰিছিল।

অনুমান কৰা হৈছে যে ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত সকলো ক্ৰীড়া অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং জিঅ’ চিনেমাৰ পৰা হটষ্টাৰলৈ স্থানান্তৰিত হ’ব।

নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম

নৱেম্বৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। সকলো দলে ৩১ অক্টোবৰৰ ভিতৰত বিচিচিআইক ৰিটেইনড খেলুৱৈৰ তালিকা দাখিল কৰিব লাগিব।

নতুন নিয়ম অনুসৰি এইবাৰ প্ৰতিটো দলক ছয়জন খেলুৱৈক ৰিটেইনড কৰিবলৈ অনুমতি দিয়া হৈছে, ইয়াৰে এজন খেলুৱৈ আনকেপড হোৱাটো বাধ্যতামূলক।

Tags: Disney HotstarIPLJio Cinema

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025