• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ; আই পি এল উপভোগ কৰিব নোৱাৰিব এইটো প্লেটফৰ্মত

Nation NE by Nation NE
October 19, 2024
in Top News, ক্ৰীড়া
0 0
ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ; আই পি এল উপভোগ কৰিব নোৱাৰিব এইটো প্লেটফৰ্মত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

যদি আপুনি আই পি এলৰ অনুৰাগী তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী। আই পি এলৰ ১৮ সংখ্যক ছিজনৰ মেচসমূহ জিঅ’ চিনেমাত দেখিবলৈ পোৱা নাযাব। ৰিলায়েন্স কোম্পানী আৰু হটষ্টাৰ একত্ৰিত হ’ব, যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ৰয়টাৰৰ বাতৰি অনুসৰি, এতিয়াৰে পৰা আৰু জিঅ’ চিনেমাত ক্ৰিকেটৰ সকলো মেচ আৰু অন্যান্য ক্ৰীড়া অনুষ্ঠান প্ৰচাৰ কৰা নহ’ব। ইতিমধ্যে আইচিচি টুৰ্ণামেণ্টৰ আয়োজনৰ অধিকাৰ ডিজনী প্লাছ হটষ্টাৰৰ হাতত আছে।

আই পি এল ২০২৫ৰ ৰোমাঞ্চ এইবাৰ জিঅ’ চিনেমাত দেখা নাযায়। ৰিলায়েন্স কোম্পানী আৰু ডিজনী ইণ্ডিয়াৰ মাজত প্ৰায় ৭১,৪৫৫ কোটি টকাৰ চুক্তি চূড়ান্ত কৰা হৈছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহতেই দুয়োটা কোম্পানীৰ চুক্তি চূড়ান্ত হৈছিল।

প্ৰতিবেদন অনুসৰি জিঅ’ চিনেমাত সম্প্ৰচাৰ হোৱা সকলো ডাঙৰ ক্ৰীড়া অনুষ্ঠান এতিয়াৰে পৰা ডিজনী প্লাছ হটষ্টাৰত দেখা যাব। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে বৰ্তমান জিঅ’ চিনেমাৰ হাতত আইপিএল, ইংলিচ প্ৰিমিয়াৰ লীগ আৰু প্ৰ’ কাবাডী লীগৰ আয়োজনৰ অধিকাৰ আছে। একে সময়তে ডিজনী প্লাছ হটষ্টাৰৰ হাতত আইচিচি টুৰ্ণামেণ্টৰ অধিকাৰ আছে।

কিয় এই পদক্ষেপ লোৱা হ’ল

যিহেতু ডিজনী প্লাছ হটষ্টাৰত উন্নত লাইভ ষ্ট্ৰীমিং প্ৰযুক্তি আছে, গতিকে সকলো ক্ৰীড়া অনুষ্ঠানৰ আয়োজনৰ অধিকাৰ জিঅ’ চিনেমাৰ পৰা হটষ্টাৰলৈ হস্তান্তৰ কৰা হৈছে। আন এটা দিশ হ’ল লাইভ ষ্ট্ৰীমিঙত হটষ্টাৰৰ যথেষ্ট দৰ্শক আছে। ২০২৩ চনত খেলা এদিনীয়া বিশ্বকাপৰ ফাইনেলখন একেলগে ৫.৯ কোটি অনুৰাগীয়ে হটষ্টাৰত উপভোগ কৰিছিল।

অনুমান কৰা হৈছে যে ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত সকলো ক্ৰীড়া অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং জিঅ’ চিনেমাৰ পৰা হটষ্টাৰলৈ স্থানান্তৰিত হ’ব।

নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম

নৱেম্বৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। সকলো দলে ৩১ অক্টোবৰৰ ভিতৰত বিচিচিআইক ৰিটেইনড খেলুৱৈৰ তালিকা দাখিল কৰিব লাগিব।

নতুন নিয়ম অনুসৰি এইবাৰ প্ৰতিটো দলক ছয়জন খেলুৱৈক ৰিটেইনড কৰিবলৈ অনুমতি দিয়া হৈছে, ইয়াৰে এজন খেলুৱৈ আনকেপড হোৱাটো বাধ্যতামূলক।

Tags: Disney HotstarIPLJio Cinema

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025