• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩৬ বছৰৰ মূৰত ভাৰতৰ ভূমিত নিউজিলেণ্ডৰ টেষ্ট জয়, ৮ উইকেটত পৰাস্ত কৰি ৰচিলে ইতিহাস

Nation NE by Nation NE
October 20, 2024
in Top News, ক্ৰীড়া
0 0
৩৬ বছৰৰ মূৰত ভাৰতৰ ভূমিত নিউজিলেণ্ডৰ টেষ্ট জয়, ৮ উইকেটত পৰাস্ত কৰি ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

বাংগালুৰুত আলহী দল নিউজিলেণ্ডে ভাৰতীয় দলক ৮ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ টেষ্ট শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰে। চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে নিউজিলেণ্ড দলক বান্ধি দিছিল মাত্ৰ ১০৭ ৰানৰ লক্ষ্য।

নিউজিলেণ্ড দলে দুটা উইকেট হেৰুৱাইয়ে এই সহজ লক্ষ্যত উপনীত হয়। নিউজিলেণ্ড দলৰ প্ৰথম ইনিংছত ৰাচিন ৰবীন্দ্ৰই ১৩৪ ৰানৰ এক সুন্দৰ শতকীয় ইনিংছ খেলিছিল।

উল্লেখ্য যে, প্ৰথম ইনিংছত বেটিং বিপৰ্যয়ৰ বাবেই মেচখনত পৰাজয়বৰণ কৰিবলগীয়া হয় ভাৰত। প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল মাত্ৰ ৪৬ ৰান। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলে ৪০২ ৰান সংগ্ৰহ কৰি ৩৫৬ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰে।

অৱশ্যে দ্বিতীয় ইনিংছত ছৰফৰাজ খানৰ ১৫০, ঋষভ পণ্টৰ ৯৯ আৰু বিৰাট কোহলীৰ ৭০ ৰানৰ ইনিংছৰ সহায়ত মেচখনত কিছু পৰিমাণে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ভাৰত। মেচখনৰ চতুৰ্থ দিনাৰ চাহ বিৰতিৰ সময়লৈকে ভাৰতে চাৰিটা উইকেটৰ বিনিময়ত ৪০৮ ৰান কৰি শক্তিশালী স্থিতিত উপনীত হৈছিল যদিও কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু অশ্বিনৰ বেটিং বিফলতাৰ বাবে ৪৬২ ৰানতে দ্বিতীয় ইনিংছ সামৰে আৰু নিউজিলেণ্ড দলে লাভ কৰে মাত্ৰ ১০৭ ৰানৰ লক্ষ্য।

এইদৰে দুটা উইকেট হেৰুৱাই নিউজিলেণ্ড দলে মেচখন জয়ী হৈ এক বিশেষ কৃতিত্বও অৰ্জন কৰে। টম লাথাম নেতৃত্বাধীন নিউজিলেণ্ড দলে ৩৬ বছৰৰ পিছত ভাৰতৰ বিৰুদ্ধে ভাৰতৰ ভূমিত টেষ্ট মেচ জয়ী হোৱাৰ কৃতিত্ব গঢ়ে।

নিউজিলেণ্ড দলে অন্তিমবাৰৰ বাবে ১৯৮৮ চনত ভাৰতৰ ভূমিক টেষ্ট মেচত জয়ী হৈছিল।

Tags: IndiaNew ZealandTest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025