• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩৬ বছৰৰ মূৰত ভাৰতৰ ভূমিত নিউজিলেণ্ডৰ টেষ্ট জয়, ৮ উইকেটত পৰাস্ত কৰি ৰচিলে ইতিহাস

Nation NE by Nation NE
October 20, 2024
in Top News, ক্ৰীড়া
0 0
৩৬ বছৰৰ মূৰত ভাৰতৰ ভূমিত নিউজিলেণ্ডৰ টেষ্ট জয়, ৮ উইকেটত পৰাস্ত কৰি ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

বাংগালুৰুত আলহী দল নিউজিলেণ্ডে ভাৰতীয় দলক ৮ উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ টেষ্ট শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰে। চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে নিউজিলেণ্ড দলক বান্ধি দিছিল মাত্ৰ ১০৭ ৰানৰ লক্ষ্য।

নিউজিলেণ্ড দলে দুটা উইকেট হেৰুৱাইয়ে এই সহজ লক্ষ্যত উপনীত হয়। নিউজিলেণ্ড দলৰ প্ৰথম ইনিংছত ৰাচিন ৰবীন্দ্ৰই ১৩৪ ৰানৰ এক সুন্দৰ শতকীয় ইনিংছ খেলিছিল।

উল্লেখ্য যে, প্ৰথম ইনিংছত বেটিং বিপৰ্যয়ৰ বাবেই মেচখনত পৰাজয়বৰণ কৰিবলগীয়া হয় ভাৰত। প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল মাত্ৰ ৪৬ ৰান। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলে ৪০২ ৰান সংগ্ৰহ কৰি ৩৫৬ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰে।

অৱশ্যে দ্বিতীয় ইনিংছত ছৰফৰাজ খানৰ ১৫০, ঋষভ পণ্টৰ ৯৯ আৰু বিৰাট কোহলীৰ ৭০ ৰানৰ ইনিংছৰ সহায়ত মেচখনত কিছু পৰিমাণে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ভাৰত। মেচখনৰ চতুৰ্থ দিনাৰ চাহ বিৰতিৰ সময়লৈকে ভাৰতে চাৰিটা উইকেটৰ বিনিময়ত ৪০৮ ৰান কৰি শক্তিশালী স্থিতিত উপনীত হৈছিল যদিও কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু অশ্বিনৰ বেটিং বিফলতাৰ বাবে ৪৬২ ৰানতে দ্বিতীয় ইনিংছ সামৰে আৰু নিউজিলেণ্ড দলে লাভ কৰে মাত্ৰ ১০৭ ৰানৰ লক্ষ্য।

এইদৰে দুটা উইকেট হেৰুৱাই নিউজিলেণ্ড দলে মেচখন জয়ী হৈ এক বিশেষ কৃতিত্বও অৰ্জন কৰে। টম লাথাম নেতৃত্বাধীন নিউজিলেণ্ড দলে ৩৬ বছৰৰ পিছত ভাৰতৰ বিৰুদ্ধে ভাৰতৰ ভূমিত টেষ্ট মেচ জয়ী হোৱাৰ কৃতিত্ব গঢ়ে।

নিউজিলেণ্ড দলে অন্তিমবাৰৰ বাবে ১৯৮৮ চনত ভাৰতৰ ভূমিক টেষ্ট মেচত জয়ী হৈছিল।

Tags: IndiaNew ZealandTest Cricket

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025