• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ বিজয়ত দুখী ইউৰোপৰ কেইবাখনো দেশ; কি হ’ব আমেৰিকাৰ স্থিতি

Nation NE by Nation NE
November 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ বিজয়ত দুখী ইউৰোপৰ কেইবাখনো দেশ; কি হ’ব আমেৰিকাৰ স্থিতি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ঐতিহাসিক বিজয় লাভ কৰিছে। তেওঁ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে। ২০ জানুৱাৰীত দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব ট্ৰাম্পে।

এই নিৰ্বাচনত ট্ৰাম্পৰ সৈতে সংঘটিত হৈছিল কেইবাটাও বিক্ষিপ্ত ঘটনা। ট্ৰাম্পক দুবাৰকৈ আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই। কিন্তু থমকি ৰোৱা নাছিল ট্ৰাম্প। এখনৰ পিছত আন এখন জনসভাত অংশ লৈ ভোটাৰৰ মন জয়ী কৰি অৱশেষত তেওঁ বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

দ্বিতীয়বাৰৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’বলৈ ওলোৱা ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত আমেৰিকাৰ বৈদেশিক নীতি কেনেকুৱা হ’ব তাক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা।

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত পুনৰ অধিষ্ঠিত হোৱাৰ বাবে চলোৱা প্ৰচাৰৰ সময়ত ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ ২৪ ঘণ্টাৰ ভিতৰত অন্ত পেলাব বুলি কৈছিল। ইয়াৰ সমান্তৰালকৈ নিৰ্বাচনত পৰাস্ত হ’লে ইজৰাইলক “নিঃশেষ” কৰা হ’ব বুলিও সকীয়াই দিছিল। আনহাতে চীনৰ আমদানিৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰো প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে।

জানুৱাৰী মাহত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে হোৱাইট হাউছত প্ৰৱেশ কৰিব ট্ৰাম্পে। অৱশ্যে ট্ৰাম্পৰ এই জয়ত চিন্তিত হৈ পৰিছে আমেৰিকাৰ বন্ধু-শত্ৰু দেশ।

ট্ৰাম্পৰ বিজয়ৰ বাবে চিন্তিত ইউৰোপ

ইউৰোপীয় বৈদেশিক সম্পৰ্ক পৰিষদৰ বিশ্লেষকসকলে এটা ব্লগ পোষ্টত লিখিছে যে বৈদেশিক নীতিৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্প অস্বাভাৱিক আৰু অসামঞ্জস্যপূৰ্ণ হৈয়েই আছে। ইউৰোপীয়সকলে এতিয়াও ট্ৰাম্পৰ প্ৰথম কাৰ্যকালৰ ঘাঁবোৰ শুকুৱাবলৈ চেষ্টা কৰি আছে। তেওঁলোকে ট্ৰাম্পৰ শুল্ক, ইউৰোপীয় ইউনিয়ন আৰু জাৰ্মানীৰ প্ৰতি তেওঁৰ গভীৰ বিৰোধিতা পাহৰা নাই।

এই সন্দৰ্ভত ট্ৰাম্প আৰু তেওঁৰ অনুগতসকলে এনে সমালোচনা নাকচ কৰি কয় যে আন দেশসমূহে দীৰ্ঘদিন ধৰি আমেৰিকাৰ সুবিধা লৈ আহিছে আৰু তেওঁলোকে ইয়াক বন্ধ কৰিব।

মধ্যপ্ৰাচ্যই চিন্তাত পেলাব ট্ৰাম্পক

ট্ৰাম্পে হয়তো নতুন সংকটৰ সন্মুখীন হ’ব পাৰে। ২০১৮ চনত তেহৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তি ত্যাগ কৰাৰ পিছৰে পৰা পাৰমাণৱিক কাৰ্যকলাপ তীব্ৰতৰ কৰি তোলা ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে লৰালৰি কৰিছে। ট্ৰাম্প যেতিয়া শেষবাৰৰ বাবে হোৱাইট হাউছত আছিল তেতিয়া ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু বাহৰেইনৰ মাজত আব্ৰাহাম চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু সেই কূটনৈতিক চুক্তিসমূহে ৱেষ্ট বেংক আৰু গাজাত একো ফলপ্ৰসু কাম হোৱা নাছিল।

ইয়াৰ উপৰি ইজৰাইৰ সৈতে ইৰাণৰ হিজবুল্লা, পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছৰ মাজত চলি থকা যুদ্ধ কিদৰে অন্ত পেলাব সেয়াও প্ৰত্যাহ্বান হ’ব ট্ৰাম্পৰ বাবে।

Tags: Donald trumpEUROPEIranIsrael

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025