• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ৰ পূৰ্বে ৩৫হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Nation NE by Nation NE
June 18, 2024
in Top News
0 0
২০২৫ৰ পূৰ্বে ৩৫হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Share on FacebookShare on TwitterWhatsApp

৩৫হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম অসমত সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে অসমত ৩৫হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব।

অসমৰ উন্নয়নমূলক কামৰ প্ৰকল্প সকলো সম্পূৰ্ণ কৰি শেষ কৰিব বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ১২খন জিলাত এতিয়াও হৈ আছে ডাঙৰ ডাঙৰ প্ৰকল্প নিৰ্মাণৰ কাম। লোকনিৰ্মাণ বিভাগক কিমান টকা লাগিব আৰু বিত্ত বিভাগে কিমান টকা দিব পাৰিব আৰু দুয়োটা বিভাগৰ যাতে সকলোবোৰ কাম সমাধান হয়, তাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই চোৱা চিতা কৰি আছে বুলি উল্লেখ কৰিছে।

আনহাতে যিবিলাক কাম লেহেমিয়া গতিত চলি আছে সেই নিৰ্মাণথলীসমূহৰ পৰা ঠিকাদাৰক আঁতৰ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ২০২১ত আৰম্ভ কৰা সকলোবোৰ প্ৰকল্পৰ কাম ২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে সমাপ্ত কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ২০২৫ৰ ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মহেন্দ্ৰ মোহন প্ৰকল্পটো অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ প্ৰকল্প বুলি দোহাৰিলে হিমন্ত বিশ্ব শৰ্মাই।

Tags: #himantabiswasarma #construction

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025