• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

      Nation NE by Nation NE
      November 25, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ
      Share on FacebookShare on TwitterWhatsApp

      দেওবাৰে উত্তৰ প্ৰদেশৰ সম্ভলত সংঘটিত হয় এক তীব্ৰ হিংসাত্মক ঘটনা। জামা মছজিদৰ জৰীপৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষত ৫ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ২০ গৰাকী নিৰাপত্তাৰক্ষী আৰু ৪ গৰাকী প্ৰশাসনৰ জোৱান আৰু বহু লোক আহত হয়। ইয়াৰ মাজতে শিল-ইটা নিক্ষেপ কৰা হয়, প্ৰতিবাদকাৰীয়ে গাড়ীত জুই লগাই আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে, ইয়াৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিৰ সহায়ত ৰাইজক ছত্ৰভংগ দিয়ায়।

      উত্তৰ প্ৰদেশৰ সম্ভলস্থিত শ্বাহী জামা মছজিদৰ জৰীপক লৈ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। আদালতৰ নিৰ্দেশৰ পিছতেই দেওবাৰে পুৱা সম্ভলৰ জামা মছজিদত জৰীপ কৰিবলৈ উপস্থিত হোৱা দলটোক আক্ৰমণ কৰে একাংশ লোকে। এই সমগ্ৰ অঞ্চলটোত ভাৰতীয় ন্যায়িক সংহিতাৰ ১৬৩ ধাৰা কাৰ্যকৰী কৰা হৈছে, যাৰ অধীনত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দুষ্কৃতিকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছও এৰি দিয়ে।

      সম্ভলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপি চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। ইতিমধ্যে উৰাবাতৰি বন্ধ কৰিবলৈ সম্ভলত ইণ্টাৰনেটো বন্ধ কৰি দিয়া হৈছে। সম্ভালৰ জামা মছজিদৰ জৰীপক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ পাছত মোৰাদাবাদ সংমণ্ডলৰ আটাইকেইখন জিলাৰ আৰক্ষী বাহিনীয়ে সম্ভালত শিবিৰ পাতিছে।

      আমৰোহা, মোৰাদাবাদ আৰু ৰামপুৰ জিলাৰ আৰক্ষী বাহিনীয়ে উত্তেজনাপূৰ্ণ অঞ্চলটোত শিবিৰ পাতিছে।সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই হিংসাত্মক ঘটনাৰ সময়তেই গুলীবিদ্ধ হৈ এজন যুৱকৰ প্ৰাণহানি হয়। আহত উপ-কালেক্টৰ ৰমেশ বাবু, এছ পি পি আৰ অ’ সঞ্জীৱ কুমাৰ আৰু কনিষ্টবল আশীষ ভাৰ্মা।

      সম্ভলৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰাজৱী বাৰেলৱীয়ে সম্ভলৰ বিশেষ জনগোষ্ঠীৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। মৌলানাই কৈছে যে হজৰত ইছলামে শান্তিৰ বাৰ্তা দিয়ে। সেয়েহে ইছলামে শান্তিৰ ওপৰত কাম কৰা উচিত। সম্ভলৰ জামা মছজিদ এখন ঐতিহাসিক মছজিদ। ইয়াৰ বাবে আইনী যুঁজ জোৰদাৰভাৱে কৰা হ’ব।

      Tags: IndiaSambhalUttar Pradesh

      Related Posts

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়
      Top News

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      July 7, 2025
      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…
      Top News

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      July 7, 2025
      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      শীৰ্ষ সংবাদ

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      নিপা ভাইৰাছৰ অবিৰত সংক্ৰমণ, জানক ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

      ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

      অহৰহ ভাগৰ আৰু খিংখিঙীয়া অৱস্থা হতাশাৰ লক্ষণ হ’ব পাৰে নেকি? জানক বিশেষজ্ঞৰ পৰা…

      কাশী বিশ্বনাথ মন্দিৰত এতিয়াৰে পৰা নিষিদ্ধ এই সামগ্ৰীৰ ব্যৱহাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -