• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

Nation NE by Nation NE
November 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

দেওবাৰে উত্তৰ প্ৰদেশৰ সম্ভলত সংঘটিত হয় এক তীব্ৰ হিংসাত্মক ঘটনা। জামা মছজিদৰ জৰীপৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষত ৫ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ২০ গৰাকী নিৰাপত্তাৰক্ষী আৰু ৪ গৰাকী প্ৰশাসনৰ জোৱান আৰু বহু লোক আহত হয়। ইয়াৰ মাজতে শিল-ইটা নিক্ষেপ কৰা হয়, প্ৰতিবাদকাৰীয়ে গাড়ীত জুই লগাই আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে, ইয়াৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিৰ সহায়ত ৰাইজক ছত্ৰভংগ দিয়ায়।

উত্তৰ প্ৰদেশৰ সম্ভলস্থিত শ্বাহী জামা মছজিদৰ জৰীপক লৈ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। আদালতৰ নিৰ্দেশৰ পিছতেই দেওবাৰে পুৱা সম্ভলৰ জামা মছজিদত জৰীপ কৰিবলৈ উপস্থিত হোৱা দলটোক আক্ৰমণ কৰে একাংশ লোকে। এই সমগ্ৰ অঞ্চলটোত ভাৰতীয় ন্যায়িক সংহিতাৰ ১৬৩ ধাৰা কাৰ্যকৰী কৰা হৈছে, যাৰ অধীনত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দুষ্কৃতিকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছও এৰি দিয়ে।

সম্ভলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপি চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। ইতিমধ্যে উৰাবাতৰি বন্ধ কৰিবলৈ সম্ভলত ইণ্টাৰনেটো বন্ধ কৰি দিয়া হৈছে। সম্ভালৰ জামা মছজিদৰ জৰীপক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ পাছত মোৰাদাবাদ সংমণ্ডলৰ আটাইকেইখন জিলাৰ আৰক্ষী বাহিনীয়ে সম্ভালত শিবিৰ পাতিছে।

আমৰোহা, মোৰাদাবাদ আৰু ৰামপুৰ জিলাৰ আৰক্ষী বাহিনীয়ে উত্তেজনাপূৰ্ণ অঞ্চলটোত শিবিৰ পাতিছে।সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই হিংসাত্মক ঘটনাৰ সময়তেই গুলীবিদ্ধ হৈ এজন যুৱকৰ প্ৰাণহানি হয়। আহত উপ-কালেক্টৰ ৰমেশ বাবু, এছ পি পি আৰ অ’ সঞ্জীৱ কুমাৰ আৰু কনিষ্টবল আশীষ ভাৰ্মা।

সম্ভলৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰাজৱী বাৰেলৱীয়ে সম্ভলৰ বিশেষ জনগোষ্ঠীৰ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। মৌলানাই কৈছে যে হজৰত ইছলামে শান্তিৰ বাৰ্তা দিয়ে। সেয়েহে ইছলামে শান্তিৰ ওপৰত কাম কৰা উচিত। সম্ভলৰ জামা মছজিদ এখন ঐতিহাসিক মছজিদ। ইয়াৰ বাবে আইনী যুঁজ জোৰদাৰভাৱে কৰা হ’ব।

Tags: IndiaSambhalUttar Pradesh

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025