• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৱায়ানাডৰ সাংসদ হিচাপে আজি প্ৰিয়ংকা গান্ধীৰ শপত গ্ৰহণ

      Nation NE by Nation NE
      November 28, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ৱায়ানাডৰ সাংসদ হিচাপে আজি প্ৰিয়ংকা গান্ধীৰ শপত গ্ৰহণ
      Share on FacebookShare on TwitterWhatsApp

      কেৰালাৰ ৱায়ানাডৰ পৰা উপ-নিৰ্বাচনত জয় লাভ কৰি আজি অৰ্থাৎ  ২৮ নৱেম্বৰত সাংসদ হিচাপে শপত গ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে। বুধবাৰে কেৰালা কংগ্ৰেছৰ নেতাসকলে প্ৰিয়ংকাক বিজয়ী প্ৰমাণ পত্ৰ প্ৰদান কৰে।

      ৱায়ানাডত প্ৰিয়ংকা গান্ধীয়ে ৬ লাখ ২২ হাজাৰ ৩৩৮ ভোট লাভ কৰাৰ বিপৰীতে চিপিআইৰ প্ৰাৰ্থী সত্যম মোকেৰীয়ে ২ লাখ ১১৪০৭ ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। এই আসনত বিজেপি তৃতীয় স্থানত আছে। বিজেপি প্ৰাৰ্থী নব্য হৰিদাসে ১ লাখ ৯৯৯৩৯ টা ভোট লাভ কৰে।

      শপতগ্ৰহণৰ অন্তত অহা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত ৱায়ানাড ভ্ৰমণ কৰিব প্ৰিয়ংকা গান্ধীয়ে। সূত্ৰ অনুসৰি, এই সময়ছোৱাত প্ৰিয়ংকা গান্ধীৰ সৈতে ৰাহুল গান্ধীও উপস্থিত থাকিব পাৰে। দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডত ৭টা ৰোড শ্ব’ অনুষ্ঠিত কৰিব।

      নিজৰ বিজয়ক লৈ সুখ প্ৰকাশ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে, সংসদত তেওঁ ৰাইজৰ কন্ঠ হ’ব। ৱায়ানাডৰ সকলো ভাই-ভগ্নীয়ে তেওঁৰ ওপৰত যি আস্থা দেখুৱাইছে, তাৰ বাবে চিৰকৃতজ্ঞ। সময়ত নিশ্চয় তেওঁ ৰাইজৰ হকে যুঁজ দিব। সংসদত ৰাইজৰ কণ্ঠ হ’বলৈ তেওঁ আগ্ৰহী।

      ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। উত্তৰ প্ৰদেশৰ ৰায়-বৰেলী আৰু কেৰালাৰ ৱায়ানাড আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। দুয়োখন আসন জয় কৰাৰ পিছত ৰাহুল গান্ধীয়ে ৰাবাৰেলী আসনৰ পৰা সদস্যপদ অক্ষুণ্ণ ৰাখি ৱায়ানাডৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছত ইয়াত উপ-নিৰ্বাচন অনুষ্ঠিত হয়।

      ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই আসনত ৬ লাখ ৪৭ হাজাৰ ৪৪৫ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী এনি ৰাজাই একাউণ্টত মাত্ৰ ২,৮৩,০২৩ টা ভোট সংগ্ৰহ কৰিব পাৰিছিল। তৃতীয় স্থানত আছে বিজেপিৰ প্ৰাৰ্থী সুৰেন্দ্ৰনে ১৪১,০৪৫টা ভোট লাভ কৰি।

      ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো এই আসনৰ পৰাই ৰাহুল গান্ধীয়ে জয় লাভ কৰিছিল। কংগ্ৰেছ নেতাগৰাকীয়ে লাভ কৰিছিল ৭,০৬,৩৬৭টা ভোট। একে সময়তে সেই সময়ত দ্বিতীয় স্থানত থকা চিপিআই (মাৰ্ক্সবাদী)ৰ পি পি সুনীৰে ২,৭৪,৫৯৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

      ২০০৯ আৰু ২০১৪ চনতো এই আসনৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কংগ্ৰেছৰ প্ৰয়াত নেতা এম আই শনাভাছ সাংসদ জয়ী হৈছিল। ২০১৮ চনত মৃত্যুৰ পিছত ২০১৯ চনৰ নিৰ্বাচনত এই আসনৰ পৰা ৰাহুল গান্ধীয়ে মনোনয়ন দাখিল কৰিছিল। তেতিয়াৰ পৰা ২০১৯ আৰু ২০২৪ চনত ৰাহুল গান্ধীয়ে জয়লাভ কৰি এতিয়া উপ-নিৰ্বাচনত বিজয়ৰ পতাকা উত্তোলন কৰে প্ৰিয়ংকা গান্ধীয়ে।

      Tags: ElectionOath TakingWayanad

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025

      শীৰ্ষ সংবাদ

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist