• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অম্বুবাচীৰ সময়ত নীলাচললৈ পিন্ধি যাব নোৱাৰিব জোতা-চেণ্ডেল

দৰ্শনাৰ্থীৰ বাবে নীতি নিয়ম বান্ধি দিলে প্ৰশাসনে

Nation NE by Nation NE
June 22, 2024
in Top News
0 0
অম্বুবাচীৰ সময়ত নীলাচললৈ পিন্ধি যাব নোৱাৰিব জোতা-চেণ্ডেল

মা কামাখ্যা ধামৰ ছবি

Share on FacebookShare on TwitterWhatsApp

অম্বুবাচী মেলা উপলক্ষে বান্ধি দিয়া হৈছে বহুকেইটা নিয়ম। এইবাৰ নীলাচললৈ পিন্ধি যাব নোৱাৰিব জোতা-চেণ্ডেল। দৰ্শনাৰ্থীয়ে তলতেই খুলি থৈ যাব লাগিব জোতা চেণ্ডেল। এইবাৰ VIP সংস্কৃতি নাথাকিব নীলাচলত। VIP পাছ বাতিল কৰাৰ লগতে অম্বুবাচী মেলালৈ যোৱাৰ সময়ত ফ্লাই অভাৰৰ তলতেই খুলি থৈ যাব লাগিব জোতা চেণ্ডেল। VIP পাছৰ বাবে অনুৰোধ যাতে নকৰে তাৰ বাবে কেইবাখনো ৰাজ্যক পত্ৰ লিখি প্ৰেৰণ কৰিছে অসম চৰকাৰে। কামাখ্যা মন্দিৰলৈ যোৱা প্ৰৱেশ পথেৰে কেৱল জৰুৰীকালীন সেৱাৰ বাহনহে যাব পাৰিব। বিশেষ বাহনৰ ক্ষেত্ৰতহে থাকিব অনুমতি। নিশা ৮ বজাৰ পিছত কোনো দৰ্শনাৰ্থী কামাখ্যাৰ মূল তোৰণ থকা দিশেৰে যাব নোৱাৰিব। পাণ্ডুৰ ফালে থকা বিকল্প পথেৰেও নিশা ৯ বজাৰ পিছত ওপৰলৈ যাব নোৱাৰিব। দৰ্শনাৰ্থীসকলক তলতেই জোতা চেণ্ডেল খুলি ওপৰলৈ যাবলৈ অনুৰোধ জনাইছে প্ৰশাসনে। উৰণীয়া সেঁতুৰ তলত প্ৰশাসনে জোতা চেণ্ডেল থবৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। ৰে’ল ষ্টেশ্যনৰ পৰা পাণ্ডলৈ বাছেৰে অনা হ’ব দৰ্শনাৰ্থীক। আজি নিশা অম্বুবাচীৰ প্ৰবৃত্তিৰ লগতে আজিৰে পৰা তিনিদিনলৈ বন্ধ থাকিব মা কামাখ্যাৰ দুৱাৰ। ২৬ জুনলৈ বন্ধ থাকিব মা কামাখ্যাৰ মুখ্য দুৱাৰ।

Tags: #ambubachimela #kamakhya

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025