• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
27 ° Wed
28 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হিমাচল প্ৰদেশত আধুনিক প্ৰায় ৫০০ পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা!

      Nation NE by Nation NE
      December 1, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      হিমাচল প্ৰদেশত আধুনিক প্ৰায় ৫০০ পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা!
      Share on FacebookShare on TwitterWhatsApp

      হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত জিলা, মহকুমা আৰু পঞ্চায়ত পৰ্যায়ত আধুনিক পুথিভঁৰাল স্থাপনৰ কথা ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ত কোটি কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৫০০ পুথিভঁৰালৰ পৰিকল্পনা কৰা হৈছে।

      উচ্চ পদস্থ প্ৰতিষ্ঠানৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে পাৰফৰমেন্স বেছড গ্ৰাণ্টৰ কথা ঘোষণা কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ লগতে শিক্ষা বিভাগত প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

      ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে, ৰাজ্যৰ জিলা, মহকুমা আৰু পঞ্চায়ত পৰ্যায়ত উন্নত সা-সুবিধাৰে সজ্জিত আধুনিক পুথিভঁৰাল স্থাপন কৰা হ’ব। প্ৰথম পৰ্যায়ত আনুমানিক ৮৮ কোটি টকা ব্যয় সাপেক্ষে ৪৯৩টা পুথিভঁৰালৰ পৰিকল্পনা কৰা হৈছে।

      উচ্চ শিক্ষা বিভাগে আয়োজন কৰা অধ্যক্ষ সন্মিলনৰ সভাপতিত্ব কৰাৰ সময়ত তেওঁ উচ্চ পদস্থ শিক্ষানুষ্ঠানসমূহৰ বাবে প্ৰদৰ্শন ভিত্তিক অনুদান ঘোষণা কৰে। চৰকাৰী ডিগ্ৰী আৰু সংস্কৃত মহাবিদ্যালয়ৰ পুথিভঁৰালসমূহৰ গ্ৰেডিং মুকলি কৰি তেওঁ সকলো চৰকাৰী খণ্ডতে ব্যৱস্থাগত পৰিৱৰ্তনৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।

      মুখ্যমন্ত্ৰীয়ে কয় যে, হিমাচল প্ৰদেশ ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, যিয়ে শিক্ষানুষ্ঠানৰ ৰেংকিং ব্যৱস্থা আৰম্ভ কৰিছে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ লগতে শিক্ষা বিভাগত প্ৰসাৰৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে, গুণগত শিক্ষা অবিহনে ডিগ্ৰীৰ কোনো মূল্য নাই।

      চিকিৎসা শিক্ষাৰ আধুনিকীকৰণ আৰু শেহতীয়া চিকিৎসা প্ৰযুক্তিৰ প্ৰসাৰৰ বাবেও ৰাজ্য চৰকাৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই খণ্ডৰ বাবে এই বছৰ ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে বুলি উল্লেখ কৰে।

      শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত প্ৰায় ১৫ হাজাৰ শিক্ষকৰ পদ সৃষ্টি হৈছে আৰু সেইবোৰ পৰ্যায়ক্ৰমে পূৰণ কৰা হৈছে।

      Tags: Himachal PradeshIndiaLibrary

      Related Posts

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ
      Top News

      July 8, 2025
      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
      Top News

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      July 8, 2025
      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!

      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      July 8, 2025
      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…
      Top News

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      July 8, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 8, 2025

      শীৰ্ষ সংবাদ

      ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      ভাৰতৰ এই চুবুৰীয়া ৰাষ্ট্ৰৰ ৩০ লাখ লোক বিপদত, এটোপাল পানীৰ বাবে কৰিব লাগিব হাহাকাৰ!

      বিপদ বাঢ়িব নে বিপদৰ অন্ত পৰিব শ্বেখ হাছিনাৰ? আদালতৰ সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি…

      হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist