• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিমাচল প্ৰদেশত আধুনিক প্ৰায় ৫০০ পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা!

Nation NE by Nation NE
December 1, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
হিমাচল প্ৰদেশত আধুনিক প্ৰায় ৫০০ পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা!
Share on FacebookShare on TwitterWhatsApp

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত জিলা, মহকুমা আৰু পঞ্চায়ত পৰ্যায়ত আধুনিক পুথিভঁৰাল স্থাপনৰ কথা ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ত কোটি কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৫০০ পুথিভঁৰালৰ পৰিকল্পনা কৰা হৈছে।

উচ্চ পদস্থ প্ৰতিষ্ঠানৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে পাৰফৰমেন্স বেছড গ্ৰাণ্টৰ কথা ঘোষণা কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ লগতে শিক্ষা বিভাগত প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে কয় যে, ৰাজ্যৰ জিলা, মহকুমা আৰু পঞ্চায়ত পৰ্যায়ত উন্নত সা-সুবিধাৰে সজ্জিত আধুনিক পুথিভঁৰাল স্থাপন কৰা হ’ব। প্ৰথম পৰ্যায়ত আনুমানিক ৮৮ কোটি টকা ব্যয় সাপেক্ষে ৪৯৩টা পুথিভঁৰালৰ পৰিকল্পনা কৰা হৈছে।

উচ্চ শিক্ষা বিভাগে আয়োজন কৰা অধ্যক্ষ সন্মিলনৰ সভাপতিত্ব কৰাৰ সময়ত তেওঁ উচ্চ পদস্থ শিক্ষানুষ্ঠানসমূহৰ বাবে প্ৰদৰ্শন ভিত্তিক অনুদান ঘোষণা কৰে। চৰকাৰী ডিগ্ৰী আৰু সংস্কৃত মহাবিদ্যালয়ৰ পুথিভঁৰালসমূহৰ গ্ৰেডিং মুকলি কৰি তেওঁ সকলো চৰকাৰী খণ্ডতে ব্যৱস্থাগত পৰিৱৰ্তনৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, হিমাচল প্ৰদেশ ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, যিয়ে শিক্ষানুষ্ঠানৰ ৰেংকিং ব্যৱস্থা আৰম্ভ কৰিছে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ লগতে শিক্ষা বিভাগত প্ৰসাৰৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে, গুণগত শিক্ষা অবিহনে ডিগ্ৰীৰ কোনো মূল্য নাই।

চিকিৎসা শিক্ষাৰ আধুনিকীকৰণ আৰু শেহতীয়া চিকিৎসা প্ৰযুক্তিৰ প্ৰসাৰৰ বাবেও ৰাজ্য চৰকাৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই খণ্ডৰ বাবে এই বছৰ ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে বুলি উল্লেখ কৰে।

শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত প্ৰায় ১৫ হাজাৰ শিক্ষকৰ পদ সৃষ্টি হৈছে আৰু সেইবোৰ পৰ্যায়ক্ৰমে পূৰণ কৰা হৈছে।

Tags: Himachal PradeshIndiaLibrary

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025