• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
21 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ, ৰাষ্ট্ৰসংঘৰ পৰা সহায়ৰ বাবে আবেদন

Nation NE by Nation NE
December 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ মমতা বেনাৰ্জীৰ, ৰাষ্ট্ৰসংঘৰ পৰা সহায়ৰ বাবে আবেদন
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ অৱনতি ঘটা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সোমবাৰে মমতা বেনাৰ্জীয়ে ভাৰত চৰকাৰক বাংলাদেশত শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় লগতে নিৰ্যাতিত ভাৰতীয়সকলক তাৰ পৰা ঘূৰাই আনিবলৈ আহ্বান জনায়। তেওঁ বৈদেশিক মন্ত্ৰীক সংসদত বিবৃতি প্ৰকাশ কৰিবলৈও অনুৰোধ জনায়।

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে মমতা বেনাৰ্জীয়ে সমন্বয় আৰু ভাতৃত্ববোধক অগ্ৰাধিকাৰ দি সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায়। বিধানসভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় বিষয়ত মন্তব্য কৰাটো তেওঁৰ অধিকাৰৰ বাহিৰত।

এই বিষয়টো বাংলাদেশ প্ৰশাসন আৰু ৰাষ্ট্ৰসংঘৰ সৈতে বৈদেশিক মন্ত্ৰালয়ে ল’ব লাগে বুলি কেন্দ্ৰক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। লগতে প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰি বাংলাদেশত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা চলাব লাগে।

মমতাই নিৰ্যাতিত ভাৰতীয় নাগৰিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সীমান্তৰ সিটো পাৰে অধিক ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ১০ দিন মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে বেনাৰ্জীয়ে।

মুখ্যমন্ত্ৰীৰ এই আবেদনক লৈ প্ৰশ্ন উত্থাপন কৰিলে বিজেপিয়ে। বিৰোধী দলপতি সুবেন্দু অধিকাৰীয়ে কয় যে, মমতা বেনাৰ্জীয়ে তেওঁৰ সাংসদসকলক এই বিষয়টো সংসদত উত্থাপন কৰিবলৈ নিৰ্দেশ দিব লাগে। তেওঁ ৰাজনীতিৰ ওপৰত উঠি বাংলাভাষী হিন্দুসকলৰ বাবে ইয়াক অস্তিত্ব সংকট বুলি অভিহিত কৰে।

Tags: BangladeshHinduWest Bengal

Related Posts

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা
Top News

January 30, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026

শীৰ্ষ সংবাদ

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025