• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছলমান খানৰ ছবিৰ শ্বুটিং চলি থকা সময়তে বিষ্ণোইৰ নামত লাগিল হাহাকাৰ

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ছলমান খানৰ ছবিৰ শ্বুটিং চলি থকা সময়তে বিষ্ণোইৰ নামত লাগিল হাহাকাৰ
Share on FacebookShare on TwitterWhatsApp

বলীউদৰ ছুপাৰষ্টাৰ ছলমান খান সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। মুম্বাইৰ দাদৰ অঞ্চলত চলি থকা এখন ছবিৰ শ্বুটিঙৰ সময়ত এজন অচিনাক্ত লোকে ছলমানৰ শ্বুটিংস্থলীত প্ৰৱেশ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

নিৰাপত্তা বেষ্টনীৰ চকুত ধূলি দি শ্বুটিংস্থলীত প্ৰৱেশ কৰা লোকজনে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নাম লৈ দাবী ধমকি প্ৰদান কৰে। লোকজনে প্ৰথমে শ্বুটিংস্থলীত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱা দেখি লোকজনে সুৰক্ষা কৰ্মীসকলক উদ্দেশ্য কৰি কয় ‘বিষ্ণোইক কৈ দিও নেকি?’

লোকজনৰ দাবী ধমকি দেখি শ্বুটিংস্থলীত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে সুৰক্ষা কৰ্মীসকলে লোকজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে।

এই ঘটনাৰ পিছত আৰক্ষীয়ে লোকজনক মুম্বাই শিৱাজী পাৰ্ক আৰক্ষী থানালৈ লৈ আনি সোধা-পোচা অব্যাহত ৰাখিছে। আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই এই ঘটনাৰ বিষয়ে জানিব দিয়ে। অৱশ্যে ঘটনাৰ সবিশেষ এতিয়াও পোহৰলৈ অহা নাই।

উল্লেখ্য যে, যোৱা মাহত ছলমান খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগত আৰক্ষীয়ে কৰ্ণাটকৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মৃত্যুৰ ভাবুকিৰ লগতে পাঁচ কোটি টকা দাবী কৰা লোকজনক ভেংকটেশ নাৰায়ণ বুলি চিনাক্ত কৰিছিল।

স্মৰ্তব্য যে, বিগত কিছু মাহৰ পৰা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নাম লৈ ছলমান খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰি থকা হৈছে। চলিত বৰ্ষৰে এপ্ৰিল মাহত ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত কোনোবা দুৰ্বৃত্তই গুলীচালনা কৰাৰ পিছৰে পৰা বৃদ্ধি কৰা হৈছিল অভিনেতাজনৰ নিৰাপত্তা।

বাৰে বাৰে মৃত্যুৰ ভাবুকি লাভ কৰি থকাৰ পিছতে অভিনেতা ছলমান খানক চৰকাৰৰ তৰফৰ পৰা ৱাই প্লাছ কেটেগৰী নিৰাপত্তা প্ৰদান কৰিছিল। শেহতীয়াকৈ বাবা ছিদ্দিকীক হত্যা কৰা ঘটনাৰ পিছৰে পৰা আৰু অধিক বৃদ্ধি কৰা হৈছে ছলমান খানৰ নিৰাপত্তা।

Tags: #BollywoodCinema ShootingSalman KhanSecurity Breach

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025