• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছলমান খানৰ ছবিৰ শ্বুটিং চলি থকা সময়তে বিষ্ণোইৰ নামত লাগিল হাহাকাৰ

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ছলমান খানৰ ছবিৰ শ্বুটিং চলি থকা সময়তে বিষ্ণোইৰ নামত লাগিল হাহাকাৰ
Share on FacebookShare on TwitterWhatsApp

বলীউদৰ ছুপাৰষ্টাৰ ছলমান খান সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। মুম্বাইৰ দাদৰ অঞ্চলত চলি থকা এখন ছবিৰ শ্বুটিঙৰ সময়ত এজন অচিনাক্ত লোকে ছলমানৰ শ্বুটিংস্থলীত প্ৰৱেশ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

নিৰাপত্তা বেষ্টনীৰ চকুত ধূলি দি শ্বুটিংস্থলীত প্ৰৱেশ কৰা লোকজনে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নাম লৈ দাবী ধমকি প্ৰদান কৰে। লোকজনে প্ৰথমে শ্বুটিংস্থলীত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱা দেখি লোকজনে সুৰক্ষা কৰ্মীসকলক উদ্দেশ্য কৰি কয় ‘বিষ্ণোইক কৈ দিও নেকি?’

লোকজনৰ দাবী ধমকি দেখি শ্বুটিংস্থলীত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে সুৰক্ষা কৰ্মীসকলে লোকজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে।

এই ঘটনাৰ পিছত আৰক্ষীয়ে লোকজনক মুম্বাই শিৱাজী পাৰ্ক আৰক্ষী থানালৈ লৈ আনি সোধা-পোচা অব্যাহত ৰাখিছে। আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই এই ঘটনাৰ বিষয়ে জানিব দিয়ে। অৱশ্যে ঘটনাৰ সবিশেষ এতিয়াও পোহৰলৈ অহা নাই।

উল্লেখ্য যে, যোৱা মাহত ছলমান খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগত আৰক্ষীয়ে কৰ্ণাটকৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মৃত্যুৰ ভাবুকিৰ লগতে পাঁচ কোটি টকা দাবী কৰা লোকজনক ভেংকটেশ নাৰায়ণ বুলি চিনাক্ত কৰিছিল।

স্মৰ্তব্য যে, বিগত কিছু মাহৰ পৰা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নাম লৈ ছলমান খানক মৃত্যুৰ ভাবুকি প্ৰদান কৰি থকা হৈছে। চলিত বৰ্ষৰে এপ্ৰিল মাহত ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত কোনোবা দুৰ্বৃত্তই গুলীচালনা কৰাৰ পিছৰে পৰা বৃদ্ধি কৰা হৈছিল অভিনেতাজনৰ নিৰাপত্তা।

বাৰে বাৰে মৃত্যুৰ ভাবুকি লাভ কৰি থকাৰ পিছতে অভিনেতা ছলমান খানক চৰকাৰৰ তৰফৰ পৰা ৱাই প্লাছ কেটেগৰী নিৰাপত্তা প্ৰদান কৰিছিল। শেহতীয়াকৈ বাবা ছিদ্দিকীক হত্যা কৰা ঘটনাৰ পিছৰে পৰা আৰু অধিক বৃদ্ধি কৰা হৈছে ছলমান খানৰ নিৰাপত্তা।

Tags: #BollywoodCinema ShootingSalman KhanSecurity Breach

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025