• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অনাহকত চেইন টানিলে ভৰিব লাগিব হাজাৰ-হাজাৰ টকাৰ জৰিমনা; কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম

      Nation NE by Nation NE
      December 5, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      অনাহকত চেইন টানিলে ভৰিব লাগিব হাজাৰ-হাজাৰ টকাৰ জৰিমনা; কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      এতিয়াৰে পৰা যদি কোনো কাৰণ নোহোৱাকৈ ৰে’লৰ চেইন টানে, তেন্তে অত্যধিক জৰিমনা ভৰিবলৈ সাজু হওক। অৰ্থাত এতিয়াৰে পৰা অনাহকত চেইন টনাটো আপোনাৰ বাবে হ’ব ব্যয়বহুল। অনাহকত চেইন টানি ধৰা পৰিলে ৫০০ টকা জৰিমনাৰ লগতে ভৰিব লাগিব ডিটেনচন চাৰ্জো। ডিটেনচন চাৰ্জ হিচাপে প্ৰতি মিনিটত দিব লাগিব ৮ হাজাৰ টকা। ইয়াৰ উপৰি ৫০০ টকা জৰিমনা হিচাপে দিব লাগিব।

      অনাহকত চেইন টনাৰ ফলত যদি ৰে’লখন ৮ মিনিটৰ বাবে ৰৈ যায় তেন্তে আপুনি ৬৪ হাজাৰ টকা আৰু ৫০০ টকা সাধাৰণ জৰিমনা হিচাপে দিব লাগিব।

      এই সন্দৰ্ভত ৰে’লৱেৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, চেইন টনাৰ পিছত ৰে’লখন পুনৰ চলিবলৈ প্ৰায় ৫-৭ মিনিট সময় লাগে। এই সময়ছোৱাত ৰে’লৱেই বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়ালৈকে ইয়াৰ বাবে মাত্ৰ ৫০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছিল যদিও এই সন্দৰ্ভত ডাঙৰ পৰিৱৰ্তন অনা হৈছে।

      ভোপাল সংমণ্ডল ৰে’লৱেৰ পৰিচালক দেৱাশীষ ত্ৰিপাঠীয়ে কয় যে পশ্চিম ৰে’লৱেৰ ভোপাল সংমণ্ডলত ৬ ডিচেম্বৰৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হৈছে। যোৱা ৩ মাহত ভূপাল ৰে’লৱে সংমণ্ডলত চেইন টনা সন্দৰ্ভত ১২৬২ টা গোচৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

      ৰে’লৱে আইনৰ ১৪১ ধাৰাৰ অধীনত এই ধৰণৰ ঘটনাত এতিয়ালৈকে ২ লাখ ৯০ হাজাৰ ৭৭৫ টকা জৰিমনা আদায় কৰা হৈছে। ৰে’লৱেৰ বিষয়াই জানিব দিয়া অনুসৰি, চেইন টনাৰ পিছত বহু যাত্ৰী ট্ৰেইনৰ পৰা পলাইও যায়।

      অৱশ্যে নতুন নিয়ম অনুসৰি, চেইন টনাৰ পিছত ৰে’লৰ পৰা পলাই যোৱা যাত্ৰীসকলৰ বিৰুদ্ধেও বেলেগকৈ জৰিমনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইধৰণৰ যাত্ৰীসকলক চেইন টনাৰ সময়ত ৰে’লত উঠা বা নমাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়।

      Tags: Chain PullingIndian RailwayNew Rule

      Related Posts

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ
      Top News

      July 25, 2025
      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      শীৰ্ষ সংবাদ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist