• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অনাহকত চেইন টানিলে ভৰিব লাগিব হাজাৰ-হাজাৰ টকাৰ জৰিমনা; কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অনাহকত চেইন টানিলে ভৰিব লাগিব হাজাৰ-হাজাৰ টকাৰ জৰিমনা; কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এতিয়াৰে পৰা যদি কোনো কাৰণ নোহোৱাকৈ ৰে’লৰ চেইন টানে, তেন্তে অত্যধিক জৰিমনা ভৰিবলৈ সাজু হওক। অৰ্থাত এতিয়াৰে পৰা অনাহকত চেইন টনাটো আপোনাৰ বাবে হ’ব ব্যয়বহুল। অনাহকত চেইন টানি ধৰা পৰিলে ৫০০ টকা জৰিমনাৰ লগতে ভৰিব লাগিব ডিটেনচন চাৰ্জো। ডিটেনচন চাৰ্জ হিচাপে প্ৰতি মিনিটত দিব লাগিব ৮ হাজাৰ টকা। ইয়াৰ উপৰি ৫০০ টকা জৰিমনা হিচাপে দিব লাগিব।

অনাহকত চেইন টনাৰ ফলত যদি ৰে’লখন ৮ মিনিটৰ বাবে ৰৈ যায় তেন্তে আপুনি ৬৪ হাজাৰ টকা আৰু ৫০০ টকা সাধাৰণ জৰিমনা হিচাপে দিব লাগিব।

এই সন্দৰ্ভত ৰে’লৱেৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, চেইন টনাৰ পিছত ৰে’লখন পুনৰ চলিবলৈ প্ৰায় ৫-৭ মিনিট সময় লাগে। এই সময়ছোৱাত ৰে’লৱেই বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়ালৈকে ইয়াৰ বাবে মাত্ৰ ৫০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছিল যদিও এই সন্দৰ্ভত ডাঙৰ পৰিৱৰ্তন অনা হৈছে।

ভোপাল সংমণ্ডল ৰে’লৱেৰ পৰিচালক দেৱাশীষ ত্ৰিপাঠীয়ে কয় যে পশ্চিম ৰে’লৱেৰ ভোপাল সংমণ্ডলত ৬ ডিচেম্বৰৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হৈছে। যোৱা ৩ মাহত ভূপাল ৰে’লৱে সংমণ্ডলত চেইন টনা সন্দৰ্ভত ১২৬২ টা গোচৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৰে’লৱে আইনৰ ১৪১ ধাৰাৰ অধীনত এই ধৰণৰ ঘটনাত এতিয়ালৈকে ২ লাখ ৯০ হাজাৰ ৭৭৫ টকা জৰিমনা আদায় কৰা হৈছে। ৰে’লৱেৰ বিষয়াই জানিব দিয়া অনুসৰি, চেইন টনাৰ পিছত বহু যাত্ৰী ট্ৰেইনৰ পৰা পলাইও যায়।

অৱশ্যে নতুন নিয়ম অনুসৰি, চেইন টনাৰ পিছত ৰে’লৰ পৰা পলাই যোৱা যাত্ৰীসকলৰ বিৰুদ্ধেও বেলেগকৈ জৰিমনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইধৰণৰ যাত্ৰীসকলক চেইন টনাৰ সময়ত ৰে’লত উঠা বা নমাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়।

Tags: Chain PullingIndian RailwayNew Rule

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025