• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মাধ্যমিক পৰ্যায়ত টেট-নিযুক্তি পৰীক্ষা, জানক কেনেকৈ ডাউনলোড কৰিব এডমিড কাৰ্ড?

      Nation NE by Nation NE
      December 6, 2024
      in Top News, ক্ৰীড়া
      0 0
      মাধ্যমিক পৰ্যায়ত টেট-নিযুক্তি পৰীক্ষা, জানক কেনেকৈ ডাউনলোড কৰিব এডমিড কাৰ্ড?
      Share on FacebookShare on TwitterWhatsApp

      মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা। মুঠ ৯,৭১৭টা পদৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। ইয়াৰে ৮,২৩০টা পদ স্নাতক শিক্ষকৰ। লগতে ১,৪৮৭টা পদ স্নাতকোত্তৰ শিক্ষকৰ বাবে নিৰ্ধাৰিত।

      মাধ্যমিক পৰ্যায়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। বিষয় অনুসৰিয়েই সম্পন্ন হ’ব এই নিযুক্তি প্রক্রিয়া। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জানিবলৈ দিয়ে এই কথা।

      ইফালে মেৰিট লিষ্টত যিসকলৰ নাম আহিব, তেওঁলোকে প্ৰত্যক্ষভাৱে নিযুক্তি লাভ কৰিব। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বেলেগকৈ পৰীক্ষা অনুষ্ঠিত নহয় বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে।

      এডমিড কাৰ্ড ডাউলোডৰ প্ৰক্ৰিয়া-

      • টেট-নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ https://madhyamik.assam.gov.in/ ৱেবছাইটৰ পৰা লাভ কৰিব এডমিট কাৰ্ড।
      • ১৫ ডিচেম্বৰৰ দিনৰ ১১ বজাৰ পৰা এডমিড কাৰ্ড লাভ কৰিব পৰীক্ষাৰ্থীয়ে।
      • পৰীক্ষাৰ্থীয়ে https://madhyamik.assam.gov.in/ত গৈ আবেদন নম্বৰ আৰু পাছৱৰ্ড দিলে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ড।

      এই সন্দৰ্ভত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো চৰকাৰী ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব।

      লগতে শিক্ষামন্ত্ৰীয়ে ইয়াকো ঘোষণা কৰে যে, অহা ৬ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ৩টা পৰ্যায়ত উদযাপন কৰা হ’ব ২০২৫ বৰ্ষৰ গুণোৎসৱ। মুঠ ৪৪,০৯৪খন বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱৰ কাৰ্যসূচী। প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ৩৯,৬৫,০৮১ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হ’ব।

      প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ আৰু ওদালগুৰিক সামৰি লোৱা হ’ব

      ২য় পৰ্যায়ত ১৪ খন জিলাক সামৰি লোৱা হ’ব- বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰো, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং।

      তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন জিলা হৈছে-বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও,ডিমা হাচাও আৰু মাজুলীত তৃতীয় পৰ্যায়ত গুণোত্সৱ অনুষ্ঠিত হ’ব।

      Tags: #AssamGovernment ExamTET

      Related Posts

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…
      Top News

      July 23, 2025
      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025
      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…
      Top News

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      July 23, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 23, 2025

      শীৰ্ষ সংবাদ

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist