• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কপিল দেৱৰ অভিলেখ ভংগ কৰি জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস

Nation NE by Nation NE
December 15, 2024
in Top News, ক্ৰীড়া
0 0
কপিল দেৱৰ অভিলেখ ভংগ কৰি জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

জশপ্ৰীত বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা তৃতীয়খন টেষ্টত সুন্দৰ বলিং প্ৰদৰ্শন কৰি পাঁচটা উইকেট দখল কৰি এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা উইকেট দখল কৰাৰ লগে লগে SENA দেশত ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিকবাৰ পাঁচটা উইকেট দখল কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠতম বেগীবলাৰ বুমৰাহে কপিল দেৱৰ অভিলেখ ভংগ কৰে। SENA (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশত বুমৰাহে এতিয়ালৈ ৮ বাৰ এটা ইনিংছত পাঁচটা উইকেট দখল কৰিছে। আনহাতে কপিল দেৱে ৭ বাৰ পাঁচটা উইকেট দখল কৰিছিল। ইফালে জাহিৰ খানে ৬ বাৰ এই কৃতিত্ব গঢ়িছিল।

SENA দেশত এটা ইনিংছত পাঁচটা উইকেট দখল কৰা ভাৰতীয় বলাৰ

৮ বাৰ- জশপ্ৰীত বুমৰাহ

৭ বাৰ- কপিল দেৱ

৬ বাৰ- জাহিৰ খান

৬ বাৰ- বী চন্দ্ৰশেখৰ

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম মেচখনতো বুমৰাহে এটা ইনিংছত পাঁচটা উইকেট দখল কৰিছিল। ইয়াৰ পিছত তৃতীয়খন টেষ্টতো পাঁচটা উইকেট দখল কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। টেষ্ট ক্ৰিকেটত বুমৰাহে এতিয়ালৈকে এটা ইনিংছত ১২ বাৰ পাঁচটা উইকেট দখল কৰিছে। ইয়াৰ উপৰি ভাৰতৰ বাহিৰত বুমৰাহে এই পৰ্যন্ত ১০ বাৰ পাঁচটা উইকেট লাভ কৰিছে। এইক্ষেত্ৰত তেওঁ স্পৰ্শ কৰিছে অনিল কুম্বলেৰ অভিলেখ। বিদেশী ভূমিত কুম্বলেই এটা ইনিংছত ১০বাৰ পাঁচটা উইকেট লাভ কৰিছিল।

বিদেশী ভূমিত এটা ইনিংছত সৰ্বাধিকবাৰ পাঁচটা উইকেট দখল কৰা ভাৰতীয় বলাৰ

১২- কপিল দেৱ

১০- জশপ্ৰীত বুমৰাহ

১০- অনিল কুম্বলে

৯- ঈশান্ত শৰ্মা

৮- ভগৱন্ত চন্দ্ৰশেখৰ

৮- আৰ অশ্বিন

স্মৰ্তব্য যে, টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিকবাৰ এটা ইনিংছত পাঁচটা উইকেট দখল কৰা বেগী বলাৰ হৈছে কপিল দেৱ। দ্বিতীয় স্থানত আছে জশপ্ৰীত বুমৰাহ।

সৰ্বাধিকবাৰ এটা ইনিংছত পাঁচটা উইকেট দখল কৰা বেগী বলাৰ

২৩- কপিল দেৱ

১২- জশপ্ৰীত বুমৰাহ

১১- জাহিৰ খান

১১- ঈশান্ত শৰ্মা

১০- জৱাগল শ্ৰীনাথ

Tags: India vs AustraliaJasprit BumrahSENATest Cricket

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025