• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কপিল দেৱৰ অভিলেখ ভংগ কৰি জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস

Nation NE by Nation NE
December 15, 2024
in Top News, ক্ৰীড়া
0 0
কপিল দেৱৰ অভিলেখ ভংগ কৰি জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

জশপ্ৰীত বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা তৃতীয়খন টেষ্টত সুন্দৰ বলিং প্ৰদৰ্শন কৰি পাঁচটা উইকেট দখল কৰি এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা উইকেট দখল কৰাৰ লগে লগে SENA দেশত ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিকবাৰ পাঁচটা উইকেট দখল কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠতম বেগীবলাৰ বুমৰাহে কপিল দেৱৰ অভিলেখ ভংগ কৰে। SENA (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) দেশত বুমৰাহে এতিয়ালৈ ৮ বাৰ এটা ইনিংছত পাঁচটা উইকেট দখল কৰিছে। আনহাতে কপিল দেৱে ৭ বাৰ পাঁচটা উইকেট দখল কৰিছিল। ইফালে জাহিৰ খানে ৬ বাৰ এই কৃতিত্ব গঢ়িছিল।

SENA দেশত এটা ইনিংছত পাঁচটা উইকেট দখল কৰা ভাৰতীয় বলাৰ

৮ বাৰ- জশপ্ৰীত বুমৰাহ

৭ বাৰ- কপিল দেৱ

৬ বাৰ- জাহিৰ খান

৬ বাৰ- বী চন্দ্ৰশেখৰ

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম মেচখনতো বুমৰাহে এটা ইনিংছত পাঁচটা উইকেট দখল কৰিছিল। ইয়াৰ পিছত তৃতীয়খন টেষ্টতো পাঁচটা উইকেট দখল কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। টেষ্ট ক্ৰিকেটত বুমৰাহে এতিয়ালৈকে এটা ইনিংছত ১২ বাৰ পাঁচটা উইকেট দখল কৰিছে। ইয়াৰ উপৰি ভাৰতৰ বাহিৰত বুমৰাহে এই পৰ্যন্ত ১০ বাৰ পাঁচটা উইকেট লাভ কৰিছে। এইক্ষেত্ৰত তেওঁ স্পৰ্শ কৰিছে অনিল কুম্বলেৰ অভিলেখ। বিদেশী ভূমিত কুম্বলেই এটা ইনিংছত ১০বাৰ পাঁচটা উইকেট লাভ কৰিছিল।

বিদেশী ভূমিত এটা ইনিংছত সৰ্বাধিকবাৰ পাঁচটা উইকেট দখল কৰা ভাৰতীয় বলাৰ

১২- কপিল দেৱ

১০- জশপ্ৰীত বুমৰাহ

১০- অনিল কুম্বলে

৯- ঈশান্ত শৰ্মা

৮- ভগৱন্ত চন্দ্ৰশেখৰ

৮- আৰ অশ্বিন

স্মৰ্তব্য যে, টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিকবাৰ এটা ইনিংছত পাঁচটা উইকেট দখল কৰা বেগী বলাৰ হৈছে কপিল দেৱ। দ্বিতীয় স্থানত আছে জশপ্ৰীত বুমৰাহ।

সৰ্বাধিকবাৰ এটা ইনিংছত পাঁচটা উইকেট দখল কৰা বেগী বলাৰ

২৩- কপিল দেৱ

১২- জশপ্ৰীত বুমৰাহ

১১- জাহিৰ খান

১১- ঈশান্ত শৰ্মা

১০- জৱাগল শ্ৰীনাথ

Tags: India vs AustraliaJasprit BumrahSENATest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025