• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 12, 2025
31 °c
Guwahati
31 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ক্ৰীড়া

      অপ্ৰতিৰোধ্য ভাৰত

      অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টি-২০ বিশ্ব কাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে

      Nation NE by Nation NE
      June 25, 2024
      in ক্ৰীড়া
      0 0
      অপ্ৰতিৰোধ্য ভাৰত

      প্ৰতিনিধিত্বমূলক ফটো

      Share on FacebookShare on TwitterWhatsApp

      টি -২০ বিশ্বকাপত জয়যাত্ৰা অব্যাহত আছে ভাৰতীয় দলটোৰ । গ্ৰুপ পৰ্য্যায়ৰ খেলত ক্ৰমাগতভাৱে প্ৰতিখন খেলতে জয়লাভ কৰাৰ পাছত ছুপাৰ এইটত প্ৰৱেশ কৰিছিল ভাৰতে । ছুপাৰ এইটৰ তিনিখন খেলতে বিজয় লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখলৰ লগতে সোমবাৰে ছেমিফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটো । সোমবাৰে ছুপাৰ এইটৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে ২৪ ৰাণত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ।

      ভাৰতীয় দলটোৰ হৈ সর্বাধিক ৪১ টা বলত ৯২ ৰাণ সংগ্ৰহ কৰে অধিনায়ক ৰোহিত শৰ্মাই । ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিঙ আৰু অৰ্শদীপ সিং, বুমৰাহ,অক্সৰ, কুলদ্বীপ যাদৱৰ দুৰ্দান্ত বলিঙৰ সহায়ত এক দর্শনীয় বিজয় সাব্যস্ত কৰে ভাৰতে ।

      উল্লেখযোগ্য যে অহা ২৭ জুনত ৱেষ্ট ইণ্ডিছৰ গুৱেনাস্থিত প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো।

      Tags: #cricket #rohitsharma

      Related Posts

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে
      Top News

      July 11, 2025
      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      July 9, 2025
      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ
      ক্ৰীড়া

      ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

      July 8, 2025
      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক
      Top News

      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক

      July 5, 2025

      শীৰ্ষ সংবাদ

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      কপিল দেৱৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

      মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

      গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

      চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist