• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪ বৰ্ষত বিশেষ সন্মান লাভ কৰা কেইখনমান ছবি

Nation NE by Nation NE
December 30, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
২০২৪ বৰ্ষত বিশেষ সন্মান লাভ কৰা কেইখনমান ছবি
Share on FacebookShare on TwitterWhatsApp

২০২৪বৰ্ষই মেলানী মাগিবলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। কেলেন্দাৰৰ পাতত অতীত হৈ ৰ’ব ২০২৪। পাৰ হৈ যোৱা সময়ৰ স্মৃতি বুকুত বান্ধি নতুনক আদৰিবলৈ সাজু প্ৰত্যেকজন ব্যক্তি। গতিকে অতীত হ’ব খোজা ২০২৪ক আকৌ এবাৰ উভতি চাব খুজিছো। বিশেষকৈ শিক্ষা, সাহিত্য-সংস্কৃতি, ক্ৰীড়া ৰাজনীতিকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠে বহুগৰাকী।

২০২৪ বৰ্ষত অসম তথা সমগ্ৰ ভাৰতকে প্ৰতিনিধিত্ব কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় এইকেইখন ছবিয়ে।

  • আইমী বৰুৱাৰ ছবি ‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’য়ে নন ফিচাৰ ফিল্ম শাখাত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বিশেষ বঁটা লাভ কৰে। তথ্যচিত্ৰখনত ডাইনী চিকাৰৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে কণ্ঠস্বৰ ক্ৰুছেডাৰ বীৰুবালা ৰাভাৰ জীৱন আৰু পোষকতাৰ বুৰঞ্জী লিখা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাভাৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দি এই বঁটা প্ৰদান কৰে। ইয়াৰ পূৰ্বে ২০২১ চনত ৰাভাই এই প্ৰচেষ্টাৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

  • অসমীয়া চলচ্চিত্ৰ জগতত শেহতীয়াকৈ খোজ পেলোৱা পৰিচালক কুলনন্দিনী মহন্ত পৰিচালিত ‘এমুঠি পুঠি’য়ে আঞ্চলিক ভাষাৰ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে। এই “এমুঠি পুঠি” ছবিখনে শ্ৰেষ্ঠ অসমীয়া বৈশিষ্ট্যপূৰ্ণ ছবিৰ সন্মান লাভ কৰে।‘এমুঠি পুঠি’ৰ আন এক উল্লেখনীয় প্ৰসংগ হ’ল iPhone ৰে নিৰ্মাণ কৰা এইখন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিনেমা।

  • দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ ছবি’ৰ শিতানত বিশেষ বঁটা আঁজুৰিলে ৰীমা দাসৰ ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে ‘কিম জিচিঅ’ক বঁটা’ । প্ৰশংসনীয় কথাটো হ’ল যে জিছঅ’ক প্ৰতিযোগিতা শিতানত আঠখন ছবিৰ ভিতৰত নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ফিছাৰ হিচাপে চিহ্নিত হৈছিল ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ ।’ভিলেজ ৰকষ্টাৰ’ৰ চিকুৱেল ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ হৈছে স্বকীয় শৈলীৰে অসমবাসীলৈ ব্যতিক্ৰমী ছবি উপহাৰ দিয়া ৰীমা দাসৰ আন এক সফলতা।

  • দিল্লীত জন্মগ্ৰহণ কৰা নিশা পহুজাৰ ছবি ‘টু কিল এ টাইগাৰ’ ছবিখনে অস্কাৰ ২০২৪ৰ বাবে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ তথ্যচিত্ৰ শিতানত মনোনীত হৈছে।‘টু কিল এ টাইগাৰ’ৰ মূল বিষয়বস্তু হৈছে ভাৰতৰ ঝাৰখণ্ডৰ কৃষক ৰঞ্জিতৰ, যিয়ে ২০১৭ চনত নিজৰ ১৩ বছৰীয়া কন্যা কিৰণক তিনিজন পুৰুষৰ যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পোৱাৰ পিছত ন্যায় বিচাৰি নিজৰ জীৱন-যুদ্ধ অব্যাহত ৰাখে।

  • অস্কাৰ ২০২৫ৰ বাবে ভাৰতীয় ছবিক প্ৰতিনিধিত্ব কৰি অফিচিয়েল এণ্ট্ৰী লাভ কৰে লাপাতা লেডীজে।কিৰন ৰাওৰ দ্বাৰা পৰিচালিত লাপাতা লেডীজে শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰে। অৱশ্যে অস্কাৰ ২০২৫ৰ এই দৌৰত থমকি ৰয় এই ছবিখনে। এই ছবিত উল্লেখনীয় কাম কৰে স্পৰ্শ শ্ৰীবাস্তৱ, নীতাংশী গোৱেল আৰু প্ৰতিভা ৰত্নই।

Tags: AwardFeature FilmOskar

Related Posts

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি
Top News

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

October 27, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

October 27, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025

শীৰ্ষ সংবাদ

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025