• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪ বৰ্ষত বিশেষ সন্মান লাভ কৰা কেইখনমান ছবি

Nation NE by Nation NE
December 30, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
২০২৪ বৰ্ষত বিশেষ সন্মান লাভ কৰা কেইখনমান ছবি
Share on FacebookShare on TwitterWhatsApp

২০২৪বৰ্ষই মেলানী মাগিবলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। কেলেন্দাৰৰ পাতত অতীত হৈ ৰ’ব ২০২৪। পাৰ হৈ যোৱা সময়ৰ স্মৃতি বুকুত বান্ধি নতুনক আদৰিবলৈ সাজু প্ৰত্যেকজন ব্যক্তি। গতিকে অতীত হ’ব খোজা ২০২৪ক আকৌ এবাৰ উভতি চাব খুজিছো। বিশেষকৈ শিক্ষা, সাহিত্য-সংস্কৃতি, ক্ৰীড়া ৰাজনীতিকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠে বহুগৰাকী।

২০২৪ বৰ্ষত অসম তথা সমগ্ৰ ভাৰতকে প্ৰতিনিধিত্ব কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় এইকেইখন ছবিয়ে।

  • আইমী বৰুৱাৰ ছবি ‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’য়ে নন ফিচাৰ ফিল্ম শাখাত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বিশেষ বঁটা লাভ কৰে। তথ্যচিত্ৰখনত ডাইনী চিকাৰৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে কণ্ঠস্বৰ ক্ৰুছেডাৰ বীৰুবালা ৰাভাৰ জীৱন আৰু পোষকতাৰ বুৰঞ্জী লিখা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাভাৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দি এই বঁটা প্ৰদান কৰে। ইয়াৰ পূৰ্বে ২০২১ চনত ৰাভাই এই প্ৰচেষ্টাৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

  • অসমীয়া চলচ্চিত্ৰ জগতত শেহতীয়াকৈ খোজ পেলোৱা পৰিচালক কুলনন্দিনী মহন্ত পৰিচালিত ‘এমুঠি পুঠি’য়ে আঞ্চলিক ভাষাৰ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে। এই “এমুঠি পুঠি” ছবিখনে শ্ৰেষ্ঠ অসমীয়া বৈশিষ্ট্যপূৰ্ণ ছবিৰ সন্মান লাভ কৰে।‘এমুঠি পুঠি’ৰ আন এক উল্লেখনীয় প্ৰসংগ হ’ল iPhone ৰে নিৰ্মাণ কৰা এইখন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিনেমা।

  • দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ ছবি’ৰ শিতানত বিশেষ বঁটা আঁজুৰিলে ৰীমা দাসৰ ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে ‘কিম জিচিঅ’ক বঁটা’ । প্ৰশংসনীয় কথাটো হ’ল যে জিছঅ’ক প্ৰতিযোগিতা শিতানত আঠখন ছবিৰ ভিতৰত নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ফিছাৰ হিচাপে চিহ্নিত হৈছিল ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ ।’ভিলেজ ৰকষ্টাৰ’ৰ চিকুৱেল ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ হৈছে স্বকীয় শৈলীৰে অসমবাসীলৈ ব্যতিক্ৰমী ছবি উপহাৰ দিয়া ৰীমা দাসৰ আন এক সফলতা।

  • দিল্লীত জন্মগ্ৰহণ কৰা নিশা পহুজাৰ ছবি ‘টু কিল এ টাইগাৰ’ ছবিখনে অস্কাৰ ২০২৪ৰ বাবে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ তথ্যচিত্ৰ শিতানত মনোনীত হৈছে।‘টু কিল এ টাইগাৰ’ৰ মূল বিষয়বস্তু হৈছে ভাৰতৰ ঝাৰখণ্ডৰ কৃষক ৰঞ্জিতৰ, যিয়ে ২০১৭ চনত নিজৰ ১৩ বছৰীয়া কন্যা কিৰণক তিনিজন পুৰুষৰ যৌন নিৰ্যাতনৰ পৰা ৰক্ষা পোৱাৰ পিছত ন্যায় বিচাৰি নিজৰ জীৱন-যুদ্ধ অব্যাহত ৰাখে।

  • অস্কাৰ ২০২৫ৰ বাবে ভাৰতীয় ছবিক প্ৰতিনিধিত্ব কৰি অফিচিয়েল এণ্ট্ৰী লাভ কৰে লাপাতা লেডীজে।কিৰন ৰাওৰ দ্বাৰা পৰিচালিত লাপাতা লেডীজে শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰে। অৱশ্যে অস্কাৰ ২০২৫ৰ এই দৌৰত থমকি ৰয় এই ছবিখনে। এই ছবিত উল্লেখনীয় কাম কৰে স্পৰ্শ শ্ৰীবাস্তৱ, নীতাংশী গোৱেল আৰু প্ৰতিভা ৰত্নই।

Tags: AwardFeature FilmOskar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025