• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
31 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ১৩৫৮ জন ইউক্ৰেইনী সৈনিকৰ নিজগৃহলৈ যাত্ৰা, ৰাষ্ট্ৰপতি জেলেনস্কিৰ ডাঙৰ বক্তব্য

      Nation NE by Nation NE
      January 4, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ১৩৫৮ জন ইউক্ৰেইনী সৈনিকৰ নিজগৃহলৈ যাত্ৰা, ৰাষ্ট্ৰপতি জেলেনস্কিৰ ডাঙৰ বক্তব্য
      Share on FacebookShare on TwitterWhatsApp

      ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ৰাছিয়াৰ  ইউক্ৰেইন আক্ৰমণে ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ৰুছ-ইউক্ৰেইন যুদ্ধৰ তীব্ৰতা বৃদ্ধি কৰে। এই আক্ৰমণত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ডাঙৰ আৰু মাৰাত্মক সংঘাত লাখ লাখ সামৰিক হতাহতিৰ সৃষ্টি কৰিছে আৰু লাখ লাখ ইউক্ৰেইনৰ অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে।

      ইফালে উইক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰে যে, ২০২৪ চনত ১৩৫৮ জন ইউক্ৰেইনৰ সৈনিক আৰু সাধাৰণ নাগৰিক ৰাছিয়াৰ বন্দীত্বৰ পৰা নিজ গৃহলৈ উভতি আহিব।

      সংবাদ মাধ্যমত দিয়া এটা পোষ্টত জেলেনস্কিয়ে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে ‘ইউক্ৰেইন দল’ৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। ২০২৫ চনত অধিক ভাল খবৰ কঢ়িয়াই আনিবলৈ সকলো নিশ্চিত কৰিবলৈ তেওঁ আবেদন জনায়। লগতে সহকৰ্মীসকলক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

      জেলেনস্কিয়ে কয় যে, তেওঁলোকে ২০২৪ চনত ১৩৫৮ জন লোকক ৰাছিয়াৰ বন্দীত্বৰ পৰা ইউক্ৰেইনলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে এইসকল লোকৰ বাবে ইউক্ৰেইনৰ এটা বৃহৎ দলে কাম কৰিছিল।

      আন্তঃৰাষ্ট্ৰীয় সমালোচনা আৰু আৱাসিক অঞ্চলত বিমান আক্ৰমণৰ প্ৰমাণ পোৱাৰ পিছতো মস্কোৱে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো অস্বীকাৰ কৰি আহিছে।

      ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইউক্ৰেইনে পশ্চিমীয়া মিত্ৰ দেশসমূহৰ সহায়ত প্ৰতিৰক্ষা প্ৰচেষ্টা বৃদ্ধি কৰিছে। তথাপিও ৰাছিয়াৰ আক্ৰমণৰ পৰিমাণ আৰু তীব্ৰতাই স্পষ্ট কৰি দিছে যে অধিক দীৰ্ঘ দূৰত্বৰ প্ৰতিৰক্ষা ক্ষমতাৰ প্ৰয়োজন।

      বিগত বৰ্ষৰ ১৯ নৱেম্বৰত সংঘাতৰ ১০০০ সংখ্যক দিন উপলক্ষে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সমাজকো ইউক্ৰেইনৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছিল। ইউক্ৰেইনৰ জনসাধাৰণৰ ওপৰত যুদ্ধৰ প্ৰভাৱৰ তথ্যও ৰাষ্ট্ৰসংঘই প্ৰদান কৰে। ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ বাসিন্দা তথা মানৱীয় সমন্বয়ক মাথিয়াছ শ্বমালে কয় যে, ৩৯ হাজাৰতকৈও অধিক সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। এই আক্ৰমণত ৩৪০০ৰো অধিক বিদ্যালয় আৰু চিকিৎসালয় ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱাৰ লগতে এক কোটি লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিছে।

      শ্বমালে লগতে কয় যে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা অসামৰিক আন্তঃগাঁথনি ধ্বংস হৈছে, স্বাস্থ্য সুবিধাসমূহতো ২০০০ৰো অধিক আক্ৰমণ হৈছে, ২০ লাখ ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ইউক্ৰেইনৰ নিজৰ শক্তি উৎপাদন ক্ষমতাৰ ৬৫ শতাংশ ধ্বংস হৈছে। ২০২৪ চনত ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে, দেশখনৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ ১ কোটি ৪৬ লাখ ইউক্ৰেইনবাসীক মানৱীয় সাহায্যৰ প্ৰয়োজন হ’ব।

      Tags: PresidentRussiaUkraine

      Related Posts

      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..
      Top News

      July 23, 2025
      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…
      Top News

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      July 23, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 23, 2025
      শিক্ষাৰ্থীৰে ভৰা বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; চালকসহ ৩জন ছাত্ৰৰ মৃত্যু
      Top News

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      July 22, 2025
      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      শীৰ্ষ সংবাদ

      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা; মাতৃ-পুত্ৰৰ মৃত্যু

      বাৰ্মিংহামৰ নায়ক মানচেষ্টাৰ টেষ্টৰ পৰা বাহিৰ; অধিনায়ক শুভমনে জনালে এই কথা…

      ভোটাৰ তালিকাত নাম সোমাবলৈ কেৱল আধাৰ, ৰেশ্যন কাৰ্ডেই পৰ্যাপ্ত নহয় : সৰ্বোচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist