• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩৫৮ জন ইউক্ৰেইনী সৈনিকৰ নিজগৃহলৈ যাত্ৰা, ৰাষ্ট্ৰপতি জেলেনস্কিৰ ডাঙৰ বক্তব্য

Nation NE by Nation NE
January 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
১৩৫৮ জন ইউক্ৰেইনী সৈনিকৰ নিজগৃহলৈ যাত্ৰা, ৰাষ্ট্ৰপতি জেলেনস্কিৰ ডাঙৰ বক্তব্য
Share on FacebookShare on TwitterWhatsApp

২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ৰাছিয়াৰ  ইউক্ৰেইন আক্ৰমণে ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ৰুছ-ইউক্ৰেইন যুদ্ধৰ তীব্ৰতা বৃদ্ধি কৰে। এই আক্ৰমণত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ডাঙৰ আৰু মাৰাত্মক সংঘাত লাখ লাখ সামৰিক হতাহতিৰ সৃষ্টি কৰিছে আৰু লাখ লাখ ইউক্ৰেইনৰ অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে উইক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰে যে, ২০২৪ চনত ১৩৫৮ জন ইউক্ৰেইনৰ সৈনিক আৰু সাধাৰণ নাগৰিক ৰাছিয়াৰ বন্দীত্বৰ পৰা নিজ গৃহলৈ উভতি আহিব।

সংবাদ মাধ্যমত দিয়া এটা পোষ্টত জেলেনস্কিয়ে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে ‘ইউক্ৰেইন দল’ৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে। ২০২৫ চনত অধিক ভাল খবৰ কঢ়িয়াই আনিবলৈ সকলো নিশ্চিত কৰিবলৈ তেওঁ আবেদন জনায়। লগতে সহকৰ্মীসকলক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

জেলেনস্কিয়ে কয় যে, তেওঁলোকে ২০২৪ চনত ১৩৫৮ জন লোকক ৰাছিয়াৰ বন্দীত্বৰ পৰা ইউক্ৰেইনলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে এইসকল লোকৰ বাবে ইউক্ৰেইনৰ এটা বৃহৎ দলে কাম কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় সমালোচনা আৰু আৱাসিক অঞ্চলত বিমান আক্ৰমণৰ প্ৰমাণ পোৱাৰ পিছতো মস্কোৱে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো অস্বীকাৰ কৰি আহিছে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইউক্ৰেইনে পশ্চিমীয়া মিত্ৰ দেশসমূহৰ সহায়ত প্ৰতিৰক্ষা প্ৰচেষ্টা বৃদ্ধি কৰিছে। তথাপিও ৰাছিয়াৰ আক্ৰমণৰ পৰিমাণ আৰু তীব্ৰতাই স্পষ্ট কৰি দিছে যে অধিক দীৰ্ঘ দূৰত্বৰ প্ৰতিৰক্ষা ক্ষমতাৰ প্ৰয়োজন।

বিগত বৰ্ষৰ ১৯ নৱেম্বৰত সংঘাতৰ ১০০০ সংখ্যক দিন উপলক্ষে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সমাজকো ইউক্ৰেইনৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছিল। ইউক্ৰেইনৰ জনসাধাৰণৰ ওপৰত যুদ্ধৰ প্ৰভাৱৰ তথ্যও ৰাষ্ট্ৰসংঘই প্ৰদান কৰে। ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ বাসিন্দা তথা মানৱীয় সমন্বয়ক মাথিয়াছ শ্বমালে কয় যে, ৩৯ হাজাৰতকৈও অধিক সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। এই আক্ৰমণত ৩৪০০ৰো অধিক বিদ্যালয় আৰু চিকিৎসালয় ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱাৰ লগতে এক কোটি লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিছে।

শ্বমালে লগতে কয় যে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা অসামৰিক আন্তঃগাঁথনি ধ্বংস হৈছে, স্বাস্থ্য সুবিধাসমূহতো ২০০০ৰো অধিক আক্ৰমণ হৈছে, ২০ লাখ ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ইউক্ৰেইনৰ নিজৰ শক্তি উৎপাদন ক্ষমতাৰ ৬৫ শতাংশ ধ্বংস হৈছে। ২০২৪ চনত ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে, দেশখনৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ ১ কোটি ৪৬ লাখ ইউক্ৰেইনবাসীক মানৱীয় সাহায্যৰ প্ৰয়োজন হ’ব।

Tags: PresidentRussiaUkraine

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025