• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্মৃতি মান্ধানাই ৰচিলে ইতিহাস; মহিলা এদিনীয়া ক্ৰিকেটত গঢ়িলে কেইবাটাও অভিলেখ

Nation NE by Nation NE
January 15, 2025
in Top News, ক্ৰীড়া
0 0
স্মৃতি মান্ধানাই ৰচিলে ইতিহাস; মহিলা এদিনীয়া ক্ৰিকেটত গঢ়িলে কেইবাটাও অভিলেখ
Share on FacebookShare on TwitterWhatsApp

আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়া মেচত ভাৰতীয় মহিলা বেটাৰ স্মৃতি মান্ধানাই নিজৰ এদিনীয়া কেৰিয়াৰৰ দশমটো শতক অৰ্জন কৰি এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। মহিলা এদিনীয়া ক্ৰিকেটত দহটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয় মান্ধানা।

ইয়াৰ উপৰি, এই মেচখনতেই মান্ধানাই ভাৰতৰ হৈ দ্ৰুত শতক অৰ্জন কৰা ক্ৰিকেটাৰতো পৰিণত হয়। মান্ধানাই ৭০টা বলত কেৰিয়াৰৰ দশমটো শতক অৰ্জন কৰে। এই ক্ষেত্ৰত মান্ধানাই ভংগ কৰে হৰমনপ্ৰীত কৌৰৰ অভিলেখ।

আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন মেচত মান্ধানাই ৮০টা বলত ১৩৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। এই ইনিংছটোত আছিল ১২টা চাৰি আৰু ৭টা ছয়।

অধিনায়ক মান্ধানাৰ বিস্ফোৰক ইনিংছৰ সহায়তেই ভাৰতীয় মহিলা দলটোৱে ৪৩৫ ৰানৰ বিশাল স্ক’ৰ কৰিবলৈ সক্ষম হয়। মহিলা এদিনীয়া ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া সৰ্বোচ্চ স্ক’ৰ।

মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক

১৫- মেগ লেনিং

১৩- ছুজী বেটছ

১০-টেমী বিউমোণ্ট

১০- স্মৃতি মান্ধানা

৯- চমাৰী আটাপাট্টু

৯- চাৰ্লোট এডৱাৰ্ডছ

৯- নেট ছাইবাৰ ব্ৰণ্ট

মহিলা এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ দ্ৰুত শতক অৰ্জন কৰা ক্ৰিকেটাৰ

স্মৃতি মান্ধানা- ৭০টা বল, আয়াৰলেণ্ড (২০২৫)

হৰমনপ্ৰীত কৌৰ- ৮৭টা বল, দক্ষিণ আফ্ৰিকা (২০২৪)

হৰমনপ্ৰীত কৌৰ- ৯০টা বল, অষ্ট্ৰেলিয়া (২০১৭)

জেমিমা ৰড্ৰিগেজ- ৯০টা বল, আয়াৰলেণ্ড (২০২৫)

ইফালে এদিনীয়াত ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪৩৫ (২০২৫)

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩৭০/৫ (২০২৫)

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩৫৮/২ (২০১৭)

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ৩৫৮/৫ (২০২৪)

এছিয়াৰ আটাইতকৈ সফল মহিলা ক্ৰিকেটাৰ

এদিনীয়া কেৰিয়াৰত নিজৰ দশমটো শতক অৰ্জন কৰা মান্ধানা কেৱল একমাত্ৰ ভাৰতীয় মহিলাই নহয় তেওঁ লগতে এছিয়া মহাদেশৰ ভিতৰতো সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰত পৰিণত হয়।

Tags: #BCCIODISmriti Mandhana

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025