• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্মৃতি মান্ধানাই ৰচিলে ইতিহাস; মহিলা এদিনীয়া ক্ৰিকেটত গঢ়িলে কেইবাটাও অভিলেখ

Nation NE by Nation NE
January 15, 2025
in Top News, ক্ৰীড়া
0 0
স্মৃতি মান্ধানাই ৰচিলে ইতিহাস; মহিলা এদিনীয়া ক্ৰিকেটত গঢ়িলে কেইবাটাও অভিলেখ
Share on FacebookShare on TwitterWhatsApp

আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়া মেচত ভাৰতীয় মহিলা বেটাৰ স্মৃতি মান্ধানাই নিজৰ এদিনীয়া কেৰিয়াৰৰ দশমটো শতক অৰ্জন কৰি এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। মহিলা এদিনীয়া ক্ৰিকেটত দহটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয় মান্ধানা।

ইয়াৰ উপৰি, এই মেচখনতেই মান্ধানাই ভাৰতৰ হৈ দ্ৰুত শতক অৰ্জন কৰা ক্ৰিকেটাৰতো পৰিণত হয়। মান্ধানাই ৭০টা বলত কেৰিয়াৰৰ দশমটো শতক অৰ্জন কৰে। এই ক্ষেত্ৰত মান্ধানাই ভংগ কৰে হৰমনপ্ৰীত কৌৰৰ অভিলেখ।

আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন মেচত মান্ধানাই ৮০টা বলত ১৩৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। এই ইনিংছটোত আছিল ১২টা চাৰি আৰু ৭টা ছয়।

অধিনায়ক মান্ধানাৰ বিস্ফোৰক ইনিংছৰ সহায়তেই ভাৰতীয় মহিলা দলটোৱে ৪৩৫ ৰানৰ বিশাল স্ক’ৰ কৰিবলৈ সক্ষম হয়। মহিলা এদিনীয়া ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া সৰ্বোচ্চ স্ক’ৰ।

মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক

১৫- মেগ লেনিং

১৩- ছুজী বেটছ

১০-টেমী বিউমোণ্ট

১০- স্মৃতি মান্ধানা

৯- চমাৰী আটাপাট্টু

৯- চাৰ্লোট এডৱাৰ্ডছ

৯- নেট ছাইবাৰ ব্ৰণ্ট

মহিলা এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ দ্ৰুত শতক অৰ্জন কৰা ক্ৰিকেটাৰ

স্মৃতি মান্ধানা- ৭০টা বল, আয়াৰলেণ্ড (২০২৫)

হৰমনপ্ৰীত কৌৰ- ৮৭টা বল, দক্ষিণ আফ্ৰিকা (২০২৪)

হৰমনপ্ৰীত কৌৰ- ৯০টা বল, অষ্ট্ৰেলিয়া (২০১৭)

জেমিমা ৰড্ৰিগেজ- ৯০টা বল, আয়াৰলেণ্ড (২০২৫)

ইফালে এদিনীয়াত ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪৩৫ (২০২৫)

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩৭০/৫ (২০২৫)

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩৫৮/২ (২০১৭)

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ৩৫৮/৫ (২০২৪)

এছিয়াৰ আটাইতকৈ সফল মহিলা ক্ৰিকেটাৰ

এদিনীয়া কেৰিয়াৰত নিজৰ দশমটো শতক অৰ্জন কৰা মান্ধানা কেৱল একমাত্ৰ ভাৰতীয় মহিলাই নহয় তেওঁ লগতে এছিয়া মহাদেশৰ ভিতৰতো সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰত পৰিণত হয়।

Tags: #BCCIODISmriti Mandhana

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025