• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাভূত-নাশ্ৰুত কাণ্ড; চোৰৰ এটা দলে লৈ গ’ল ৭ লাখ টকাৰ চুলি

Nation NE by Nation NE
January 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নাভূত-নাশ্ৰুত কাণ্ড; চোৰৰ এটা দলে লৈ গ’ল ৭ লাখ টকাৰ চুলি
Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা পোহৰলৈ আহিছে এক নাভূত-নাশ্ৰুত ঘটনা। জানিব পৰা অনুসৰি, চোৰে এজন ব্যৱসায়ীৰ ঘৰৰ পৰা চুলি চুৰি কৰিছে, যাৰ মূল্য ৭ লাখ টকা বুলি অনুমান কৰা হৈছে।

ইয়াৰ উপৰি চোৰে বাসগৃহত থকা দুই লাখ ১৩ হাজাৰ টকাৰ নগদ ধনো লৈ যায়। সমগ্ৰ ঘটনাটো চিচিটিভিত বন্দী হৈছে।

অভিযোগকাৰী ৰঞ্জিত মণ্ডলে কয় যে তেওঁৰ ঘৰত চুৰি হৈছে। চুৰি কাণ্ডত ৭ লাখ টকাৰ মহিলাৰ পুৰণি চুলি চুৰি হয়। ব্যৱসায়ী মণ্ডলে কয় যে তেওঁ পুৰণি চুলি ক্ৰয়-বিক্ৰয়ৰ কাম কৰে।

উল্লেখ্য যে, ১৪-১৫ জানুৱাৰীৰ নিশা ২:৩০ বজাৰ পৰা ৩:০০ বজাৰ ভিতৰত চোৰে ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি এটা কোঠাৰ তলা ভাঙি প্ৰায় ১৫০ কিলোগ্ৰাম মহিলাৰ চুলি চুৰি কৰি লৈ যায়। চুৰি হোৱা চুলিখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা।

ইয়াৰ উপৰি চোৰে এটা বেগত ৰখা ২ লাখ ১৩ হাজাৰ নগদ ধনো চুৰি কৰি লৈ যায়। ব্যৱসায়ী মণ্ডলে জানিব দিয়া মতে, ঘটনাৰ সময়ত ঘৰৰ সকলোৱে শুই আছিল। ঘৰত সংস্থাপন কৰি ৰখা চিচিটিভিত স্পষ্ট হয় যে ঘটনাটো সংঘটিত কৰিছে তিনিৰ পৰা চাৰিজন চোৰে।

ব্যৱসায়ী ৰঞ্জিত মণ্ডলে কয় যে তেওঁৰ এই চুলি ব্যৱসায় উইগ আৰু হেয়াৰ এক্সটেনচনৰ দৰে সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হয়।

ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু চিচিটিভি ফুটেজৰ ভিত্তিত চোৰকেইটাক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Tags: FaridabadHariyanaLakhThieves

Related Posts

আমেৰিকাৰ পিছত এতিয়া কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

আমেৰিকাৰ পিছত এতিয়া কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025