• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাভূত-নাশ্ৰুত কাণ্ড; চোৰৰ এটা দলে লৈ গ’ল ৭ লাখ টকাৰ চুলি

Nation NE by Nation NE
January 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নাভূত-নাশ্ৰুত কাণ্ড; চোৰৰ এটা দলে লৈ গ’ল ৭ লাখ টকাৰ চুলি
Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা পোহৰলৈ আহিছে এক নাভূত-নাশ্ৰুত ঘটনা। জানিব পৰা অনুসৰি, চোৰে এজন ব্যৱসায়ীৰ ঘৰৰ পৰা চুলি চুৰি কৰিছে, যাৰ মূল্য ৭ লাখ টকা বুলি অনুমান কৰা হৈছে।

ইয়াৰ উপৰি চোৰে বাসগৃহত থকা দুই লাখ ১৩ হাজাৰ টকাৰ নগদ ধনো লৈ যায়। সমগ্ৰ ঘটনাটো চিচিটিভিত বন্দী হৈছে।

অভিযোগকাৰী ৰঞ্জিত মণ্ডলে কয় যে তেওঁৰ ঘৰত চুৰি হৈছে। চুৰি কাণ্ডত ৭ লাখ টকাৰ মহিলাৰ পুৰণি চুলি চুৰি হয়। ব্যৱসায়ী মণ্ডলে কয় যে তেওঁ পুৰণি চুলি ক্ৰয়-বিক্ৰয়ৰ কাম কৰে।

উল্লেখ্য যে, ১৪-১৫ জানুৱাৰীৰ নিশা ২:৩০ বজাৰ পৰা ৩:০০ বজাৰ ভিতৰত চোৰে ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি এটা কোঠাৰ তলা ভাঙি প্ৰায় ১৫০ কিলোগ্ৰাম মহিলাৰ চুলি চুৰি কৰি লৈ যায়। চুৰি হোৱা চুলিখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা।

ইয়াৰ উপৰি চোৰে এটা বেগত ৰখা ২ লাখ ১৩ হাজাৰ নগদ ধনো চুৰি কৰি লৈ যায়। ব্যৱসায়ী মণ্ডলে জানিব দিয়া মতে, ঘটনাৰ সময়ত ঘৰৰ সকলোৱে শুই আছিল। ঘৰত সংস্থাপন কৰি ৰখা চিচিটিভিত স্পষ্ট হয় যে ঘটনাটো সংঘটিত কৰিছে তিনিৰ পৰা চাৰিজন চোৰে।

ব্যৱসায়ী ৰঞ্জিত মণ্ডলে কয় যে তেওঁৰ এই চুলি ব্যৱসায় উইগ আৰু হেয়াৰ এক্সটেনচনৰ দৰে সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হয়।

ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু চিচিটিভি ফুটেজৰ ভিত্তিত চোৰকেইটাক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Tags: FaridabadHariyanaLakhThieves

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025