• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

অতি বৃষ্টিপাতৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ

ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে এই সিদ্ধান্ত মিজোৰাম চৰকাৰৰ

Nation NE by Nation NE
July 2, 2024
in উত্তৰ পূৱ, মিজোৰাম
0 0
অতি বৃষ্টিপাতৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

উত্তৰ-পূব ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ দৰে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামতো বিগত কিছুদিনৰ পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। এই প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে মিজোৰামৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ চৰকাৰে।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰচণ্ড বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত আইজলৰ চানমাৰী আৰু ৰামহলুন এলেকাৰ মাজৰ এটা ব্যস্ত পথ খহি যোৱাৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইয়াৰ পূৰ্বে বিগত ১ জুলাইত আইজলৰ চৰকাৰী জিৰতিৰি আৱাসিক বিজ্ঞান মহাবিদ্যালয়ে যাতায়াতৰ সমস্যা আৰু ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি পাঠদান স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে ৫ জুলাইৰ পৰা পাঠদান পুনৰ আৰম্ভ হ’ব বুলি ইতিমধ্যেই মহাবিদ্যালয় প্ৰশাসনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তদুপৰি শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ স্বাৰ্থত নিয়মীয়া শ্ৰেণীবোৰ ৮ জুলাইৰ পৰা আৰম্ভ হ’ব।

আনফালে আইজলৰ চালেম ভেঙৰ স্থানীয় পৰিষদে বতৰৰ বাবে ২০টাকৈ পৰিয়ালক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে।

উল্লেখ্য যে মিজোৰাম চৰকাৰে বহু কেইখন জিলাত সম্ভাৱ্য ধাৰাসাৰ বৰষুণ আৰু সম্পৰ্কিত বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিক সকলক সতৰ্ক কৰাৰ বাবে এখন ৰাজহুৱা জাননী জাৰি কৰিছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও অঞ্চলটোত তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

Tags: #HeavyRain#Mizoram#SchoolClosed

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025