• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইখন বাজেট বিহাৰৰ নে কেন্দ্ৰীয় চৰকাৰৰ? কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

Nation NE by Nation NE
February 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এইখন বাজেট বিহাৰৰ নে কেন্দ্ৰীয় চৰকাৰৰ? কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শনিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰে বাজেট। এইবাৰ বাজেটত মধ্যবিত্ত শ্ৰেণীক ডাঙৰ সকাহ প্ৰদান কৰা হৈছে। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত বিহাৰক অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে ৰাজ্যখনৰ বাবে মখানা ব’ৰ্ড স্থাপন, কৃষকসকলৰ সহায়ৰ বাবে পশ্চিম কোচি নলাৰ বাবে আৰ্থিক সাহায্য আৰু আই আই টি পাটনাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে পুঁজিকে ধৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে।

বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰাৰ পিছতে শাসক-বিৰোধী দলৰ পৰা প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। বিৰোধীয়ে বাজেটখনক সমালোচনা কৰাৰ বিপৰীতে চৰকাৰে বাজেটখনক ঐতিহাসিক বুলি অভিহিত কৰিছে।

গৃহমন্ত্ৰী অমিত শ্বাহে বাজেট সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ হৃদয়ত সদায় মধ্যবিত্ত শ্ৰেণী থাকে। সকলো হিতাধিকাৰীলৈ অভিনন্দন।

কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰীয়ে উন্নয়নৰ চাৰিটা ইঞ্জিনৰ কথা কোৱাক লৈ কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি কয় যে ইমানবোৰ ইঞ্জিন হৈ গ’ল যে বাজেট সম্পূৰ্ণৰূপে ৰেলপথৰ পৰা কক্ষচ্যুত হৈছে।

শনিবাৰে বাজেট দাখিল কৰি দিয়া ভাষণত সীতাৰমণে কয় যে কৃষি, এম এছ এম ই (ক্ষুদ্ৰ, মজলীয়া আৰু লঘূ উদ্যোগ), বিনিয়োগ আৰু ৰপ্তানি হৈছে উন্নয়নৰ চাৰিটা শক্তিশালী ইঞ্জিন। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে এক্সযোগে এটা পোষ্টত কয় যে বিত্তমন্ত্ৰীয়ে চাৰিটা ইঞ্জিনৰ কথা কৈছিল- কৃষি, এমএছএমই, বিনিয়োগ আৰু ৰপ্তানি। ইমানবোৰ ইঞ্জিন যে বাজেট সম্পূৰ্ণ ট্ৰেকৰ পৰা বাহিৰ হৈ গৈছে।

মায়াৱতীয়ে লিখিছে যে কংগ্ৰেছৰ দৰে বৰ্তমানৰ বিজেপি চৰকাৰেও বাজেটত ৰাজনৈতিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব দিয়া যেন লাগে, জনসাধাৰণ আৰু জাতীয় স্বাৰ্থৰ ওপৰত কম গুৰুত্ব প্ৰদান কৰিছে। যদি এনে নহয়, তেন্তে এই চৰকাৰৰ অধীনতো মানুহৰ জীৱনত ইমান দুখ কিয়? ‘বিকশিত ভাৰত’ৰ সপোন জনসাধাৰণৰ স্বাৰ্থত থাকিব লাগিব।

ইফালে এইবাৰৰ বাজেটক নতুন বটলত পুৰণি মদ বুলি অভিহিত কৰিছে আৰজেডি নেতা মনোজ ঝাই। তেওঁ বিহাৰক বিশেষ মৰ্যাদা প্ৰদানৰ দাবী জনায়। বাজেট সন্দৰ্ভত বিতৰ্কৰ বাবেও প্ৰত্যাহ্বান জনায়।

কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে বাজেট সন্দৰ্ভত মন্তব্য কৰি কয় যে মই বুজি পোৱা নাই, এইখন কেন্দ্ৰীয় চৰকাৰৰ নে বিহাৰৰ বাজেট? বিহাৰক বাদ দি আন কোনো ৰাজ্যৰ নাম শুনা নাপালো।

আনহাতে ডিএমকে নেতা দয়ানিধি মাৰনে এইবাৰৰ বাজেটক দিল্লীৰ ভোটদাতাক আকৰ্ষণ কৰাৰ পূৰ্ণ চেষ্টা চলোৱা বুলি অভিযোগ কৰে। তেওঁ লগতে এইখন বাজেটে মধ্যবিত্তক নিৰাশা কৰাৰ বাজেট বুলিও অভিহিত কৰে।

বিৰোধীয়ে এই বাজেটক সমালোচনা কৰাৰ বিপৰীতে শাসকীয় পক্ষৰ অধিকাংশ নেতা-কৰ্মীয়ে এইবাৰৰ বাজেটক ঐতিহাসিক আখ্যা দিয়ে।

Tags: #CongressBudgetNirmala Sitharaman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025