• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

আপুনিও খাই ভাল পায় নেকি ভাত কেৰেলা ?

জানেনে ভাতকেৰেলাৰ কি কি আছে উপকাৰিতা ?

Nation NE by Nation NE
July 2, 2024
in উত্তৰ পূৱ
0 0
আপুনিও খাই ভাল পায় নেকি ভাত কেৰেলা ?
Share on FacebookShare on TwitterWhatsApp

জানো আঁহক ভাত কেৰেলাৰ উপকাৰী গুণবোৰ।

বাৰিষা দিনৰ এবিধ জনপ্ৰিয় পাচলি হৈছে ভাতকেৰেলা। ই এনে এবিধ পাচলি যাক পৃথিৱীৰ আটাইতকৈ বেছি ঔষধি গুণ সম্পন্ন পাচলি বুলি কোৱা হয়। শৰীৰত ফাইবাৰৰ অভাৱ পূৰ্ণ কৰিবলৈ ভাতকেৰেলা অতিকৈ উপকাৰী। ভাৰতীয় আয়ুৰ্বেদতো ই অতি শক্তিশালী পাচলি হিচাপে স্থান লাভ কৰিছে।

ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ উপৰি ই হৈছে ভিটামিন, খনিজ পদাৰ্থ, বিটা-কেৰাটিন আৰু এণ্টিঅক্সিডেণ্টৰ ভঁৰাল। ইয়াৰ বাহিৰেও এই পাচলিত থাকে পৰ্যাপ্ত পৰিমাণৰ আঁহ।

ভাতকেৰেলাত থকা উপাদানসমূহে আমাৰ চকুক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি নিয়মিতভাৱে এই পাচলি খালে বয়সৰ লগত জড়িত চকুৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি। ভাতকেৰেলাত থকা লুইটেইনৰ দৰে কেৰোটোনইডবোৰে হৃদৰোগ আৰু কৰ্কট ৰোধ প্ৰতিৰোধ কৰাত সহায় কৰে।

আকৌ ইয়াত থকা মোমাৰ্ডিচিন উপাদানবোৰে মধূমেহ ৰোগ ৰোধ কৰাত সহায় কৰে লগতে ওজন আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত এনে কিছুমান পদাৰ্থ থাকে যিয়ে শৰীৰত সুখী হৰমনৰ পৰিমান বৃদ্ধি কৰি মানসিক চাপ ৰোধ কৰাত সহায় কৰে।

ভাতকেৰেলাত থকা এণ্টি-এলাৰ্জেণ্টে এলাৰ্জেটিক চৰ্দি আৰু কাঁহৰ পৰা সকাহ দিয়াত আৰু ইয়াক প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে।

গতিকে অপেক্ষা নকৰি আপোনাৰো খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক বহুগুণেৰে সমৃদ্ধ এই ভাতকেৰেলা।

Tags: #Kantola#TeasleGourd

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 17, 2026
কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…
Top News

কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

March 16, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 16, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025