• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

অনুৰাগীক হতচকিত কৰি ইউৰো কাপৰ পৰা অৱসৰ ঘোষণা তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ

পেনাল্টি মিছ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিলে নেকি ৰোনাল্ডোৱে ?

Nation NE by Nation NE
July 2, 2024
in ক্ৰীড়া
0 0
অনুৰাগীক হতচকিত কৰি ইউৰো কাপৰ পৰা অৱসৰ ঘোষণা তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ
Share on FacebookShare on TwitterWhatsApp

ক্রিষ্টিয়ানো ৰোনাল্ডো! বিশ্ব ফুটবলৰ বাবে এটা চিৰ পৰিচিত নাম চি আৰ ছেভেন অৰ্থাৎ ক্রিষ্টিয়ানো ৰোনাল্ডো। ৰোনাল্ডোৰ ভৰিৰ যাদু চাবলৈ ভাল নোপোৱা ফুটবল অনুৰাগী হয়তো বিশ্বত কমেই ওলাব।

কিন্তু চলিত ইউৰো কাপত সোমবাৰে নিশা শ্লোভেনিয়াক পৰাস্ত কৰাৰ পিছতে সকলোকে আচৰিত কৰি ইউৰো কাপৰ পৰা অৱসৰ ঘোষণা কৰিলে পৰ্টুগালৰ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে।

অৱশ্যে বহু লোকে এইখনেই যে ৰোনাল্ডোৰ শেষ ইউৰো সেই কথা পূৰ্বেই ধাৰণা কৰিছিল যদিও টাইব্ৰেকাৰত শ্লোভেনিয়াক পৰাস্ত কৰি পৰ্টুগালে ইউৰোপৰ সৰ্বশ্ৰেষ্ঠ ফুটবল মহাৰণখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতেই যে এই আনুষ্ঠানিক ঘোষণা আহিব সেই কথা কোনেও কল্পনা কৰা নাছিল।

শ্লোভেনিয়াৰ বিৰুদ্ধে মেচখনত এইবাৰৰ ইউৰো ২০২৪ৰ অন্যান্য মেচ সমূহতকৈ অধিক প্ৰাণৱন্ত ৰূপত দেখা গৈছিল ৰোনাল্ডোক। কিন্তু সুযোগ কাৰ্য্যকৰী কৰাত বাৰে বাৰে ব্যৰ্থ হৈছিল ৰোনাল্ডো। এই ব্যৰ্থতা হতাশালৈ ৰূপান্তৰিত হৈছিল যেতিয়া খেলৰ অতিৰিক্ত সময়ৰ প্ৰথম হাফত পেনাল্টিত স্কোৰ কৰিবলৈ সক্ষম নহ’ল ৰোনাল্ডো। ষ্টেডিয়ামত বহি থকা দৰ্শকৰ মুখতো স্পষ্ট হৈছিল হতাশা।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এখন ফটোত এটা বিশেষ জাৰ্চিত ৰোনাল্ডোৰ এজন সমৰ্থকক দেখা গৈছে আৰু জাৰ্চিটোত লিখা আছে, ‘২০ বছৰ ধৰি আপোনাৰ ফেন হৈ আছিলো। কিন্তু আজি নিশা নহয়’। অনুৰাগীৰ এনে হতাশাৰ বিপৰীতে ফিল্ডত উচুপি উঠিছিল ৰোনাল্ডো। সতীৰ্থই সান্তনা দিব লগীয়া হৈছিল ক্রিষ্টিয়ানো ৰোনাল্ডোক।

দুটা দশক ধৰি বিশ্বৰ কোটি কোটি ফুটবলপ্ৰেমীক মোহাচ্ছন্ন কৰি অহা মহাতাৰকাজনে যেন বুজি উঠিছিল-সময় সমাগত।

উল্লেখ্য যে কালি শ্লোভেনিয়াৰ বিৰুদ্ধে মেচখনত পৰ্টুগালৰ গ’লকীপাৰ কোষ্টাই টাই ব্ৰেকাৰত প্ৰথম তিনিটা শ্বট ৰক্ষা কৰি পৰ্তুগালৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে। অৱশ্যে প্ৰথমে ব্যৰ্থতা স্বত্বেও ৰোনাল্ডো, ব্ৰুনো ফাৰ্নাণ্ডেছ আৰু ছিলভাৰ গ’লেৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে পৰ্টুগাল।

কোৱাৰ্টাৰত পৰ্টুগাল মুখামুখি হ’ব ফ্ৰাঞ্চৰ। ৰোনাল্ডোই এতিয়ালৈকে পৰ্টুগালৰ বাবে ২১০খন খেলত ১৩০টা গ’ল স্কোৰ কৰাৰ লগতে ৪৭টা এচিষ্ট কৰিছে। ইয়াৰ উপৰি ইউৰোত ১৪টা গ’লেৰে সৰ্বাধিক স্ক’ৰাৰৰ তালিকাৰ শীৰ্ষত আছে ৰোনাল্ডো।

কিন্তু সকলো ফুটবল অনুৰাগীৰ মনত এটাই প্ৰশ্ন- এমবাপেৰ দৰে তাৰকা সমৃদ্ধ ফান্সৰ বিপক্ষে সফল হ’বনে চি আৰ ছেভেন? সুখকৰ বিদায় সম্ভৱ হ’ব নে বিশ্বতাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ?

Tags: #CristianoRonaldo

Related Posts

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল
Top News

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

March 25, 2026
IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য
ক্ৰীড়া

IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য

March 16, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি
Top News

ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025