• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ : দুজনক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কংগ্ৰেছী নেতা

Nation NE by Nation NE
February 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ : দুজনক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কংগ্ৰেছী নেতা
Share on FacebookShare on TwitterWhatsApp

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত গোচৰত দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক দোষী সাব্যস্ত কৰিছে। প্ৰাক্তন সাংসদগৰাকীক কি শাস্তি প্ৰদান কৰা হ’ব সেই সন্দৰ্ভত অহা ১৮ ফেব্ৰুৱাৰীত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।

১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰত জশৱন্ত সিং আৰু তেওঁৰ পত্নী তৰুণদ্বীপ সিঙৰ হত্যাৰ সৈতে জড়িত গোচৰত অভিযুক্ত আছিল সজ্জন কুমাৰ। বুধবাৰে এই গোচৰতে আদালতে ৰায় প্ৰদান কৰে।

আদালতে ভাৰতীয় দণ্ড বিধি ১৪৭/১৪৮/১৪৯/৩০২/৩০৮/৩২৩/৩৯৫/৩৯৭/৪২৭/৪৩৬/৪৪০ ধাৰাত অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে এছ আই টিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি সজ্জন কুমাৰৰ নেতৃত্বতে এটা দলে লোক দুজনক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ লগতে ঘৰুৱা সামগ্ৰীৰ লগতে অন্যান্য সা-সম্পত্তিৰো ক্ষতিসাধন কৰে।

হিংস্ৰুক দলটোৱে শিখ সম্প্ৰদায়ৰ পৰিয়ালটোৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে পৰিয়ালৰ আন আন সদস্যসকলকো আক্ৰমণ কৰে।

২০২৩ চনৰ ১ নৱেম্বৰত আদালতে এই গোচৰত সজ্জন কুমাৰৰ মন্তব্য লিপিবদ্ধ কৰিছিল আৰু সেই সময়ত সজ্জন কুমাৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছিল।

৩১ জানুৱাৰীত শুনানিৰ সময়ত সজ্জন কুমাৰৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ নাম আৰম্ভণিৰে পৰা নাছিল। সাক্ষীগৰাকীয়ে ১৬ বছৰৰ পাছত সজ্জন কুমাৰৰ নাম লয়।

উল্লেখ্য যে, বৰ্তমান দিল্লী কেণ্টৰ আন এক শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে সজ্জন কুমাৰ।

Tags: #Congress#DelhiAnti Sikh RiotsSajjan KumarSikh

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025