• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ : দুজনক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কংগ্ৰেছী নেতা

Nation NE by Nation NE
February 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ : দুজনক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কংগ্ৰেছী নেতা
Share on FacebookShare on TwitterWhatsApp

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত গোচৰত দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক দোষী সাব্যস্ত কৰিছে। প্ৰাক্তন সাংসদগৰাকীক কি শাস্তি প্ৰদান কৰা হ’ব সেই সন্দৰ্ভত অহা ১৮ ফেব্ৰুৱাৰীত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।

১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰত জশৱন্ত সিং আৰু তেওঁৰ পত্নী তৰুণদ্বীপ সিঙৰ হত্যাৰ সৈতে জড়িত গোচৰত অভিযুক্ত আছিল সজ্জন কুমাৰ। বুধবাৰে এই গোচৰতে আদালতে ৰায় প্ৰদান কৰে।

আদালতে ভাৰতীয় দণ্ড বিধি ১৪৭/১৪৮/১৪৯/৩০২/৩০৮/৩২৩/৩৯৫/৩৯৭/৪২৭/৪৩৬/৪৪০ ধাৰাত অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে এছ আই টিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি সজ্জন কুমাৰৰ নেতৃত্বতে এটা দলে লোক দুজনক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ লগতে ঘৰুৱা সামগ্ৰীৰ লগতে অন্যান্য সা-সম্পত্তিৰো ক্ষতিসাধন কৰে।

হিংস্ৰুক দলটোৱে শিখ সম্প্ৰদায়ৰ পৰিয়ালটোৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে পৰিয়ালৰ আন আন সদস্যসকলকো আক্ৰমণ কৰে।

২০২৩ চনৰ ১ নৱেম্বৰত আদালতে এই গোচৰত সজ্জন কুমাৰৰ মন্তব্য লিপিবদ্ধ কৰিছিল আৰু সেই সময়ত সজ্জন কুমাৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছিল।

৩১ জানুৱাৰীত শুনানিৰ সময়ত সজ্জন কুমাৰৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ নাম আৰম্ভণিৰে পৰা নাছিল। সাক্ষীগৰাকীয়ে ১৬ বছৰৰ পাছত সজ্জন কুমাৰৰ নাম লয়।

উল্লেখ্য যে, বৰ্তমান দিল্লী কেণ্টৰ আন এক শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে সজ্জন কুমাৰ।

Tags: #Congress#DelhiAnti Sikh RiotsSajjan KumarSikh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025