Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Language -
অসমীয়া
  • English
Nation NE

Nation NE

হাতী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতি! ওদালগুৰিত এজন লোকৰ মৃত্যু

হাতী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতি! ওদালগুৰিত এজন লোকৰ মৃত্যু

অসমত হাতী-মানুহৰ সংঘাতে এক ভয়াৱহ সমস্যা হিচাপে দেখা দিছে। বিশেষকৈ বনাঞ্চলৰ ওচৰৰ গাঁৱলীয়া লোকসকল গড় হিচাপে বছৰটোৰ প্ৰতিমাহে বনৰীয়া হাতীৰ...

স্ব-গৃহত উপস্থিত হোৱাৰ পিছতেই শুভমন গিললৈ ডাঙৰ দায়িত্ব

স্ব-গৃহত উপস্থিত হোৱাৰ পিছতেই শুভমন গিললৈ ডাঙৰ দায়িত্ব

সফলতাৰে ইংলেণ্ড ভ্ৰমণ সামৰি স্বগৃহত উপস্থিত হোৱা ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক শুভমন গিলে এইবাৰ নেতৃত্ব প্ৰদান কৰিব নৰ্থ জ’নক...

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

অতি শীঘ্ৰে ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বৃহস্পতিবাৰে এই...

আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৪ খাদ্য, তেন্তে আপোনাকো আমনি নকৰে থাইৰয়ডে

আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৪ খাদ্য, তেন্তে আপোনাকো আমনি নকৰে থাইৰয়ডে

আমাৰ ডিঙিত এটা সৰু থাইৰয়ড গ্ৰন্থি আছে যদিও ইয়াৰ কাম বহুত ডাঙৰ। ই বিপাকীয় ক্ৰিয়া, শক্তি, হৃদস্পন্দন আৰু মেজাজৰ দৰে...

নিজৰ দেহৰ লগত মিল নথকা তেজ গ্ৰহণ কৰিলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব আপুনি?

নিজৰ দেহৰ লগত মিল নথকা তেজ গ্ৰহণ কৰিলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব আপুনি?

এজন ব্যক্তিৰ তেজ তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৃদস্পন্দন। কিন্তু সেই তেজ যদি আন কাৰোবাৰ হয় আৰু আপোনাৰ শৰীৰৰ লগত মিল...

শচীন তেণ্ডুলকাৰৰ কন্যাৰ বাবে ভাল খবৰ, এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ’ব অষ্ট্ৰেলিয়া

শচীন তেণ্ডুলকাৰৰ কন্যাৰ বাবে ভাল খবৰ, এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ’ব অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়া চৰকাৰে নিজৰ দেশত পৰ্যটনৰ প্ৰসাৰৰ বাবে এক অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। অষ্ট্ৰেলিয়াৰ এই অভিযানৰ লগত ছাৰা টেণ্ডুলকাৰৰ নাম জড়িত...

পাকিস্তানলৈ মোক্ষম আঘাত! ১২ লাখ লোকৰ পলায়ন অন্য স্থানলৈ…

পাকিস্তানলৈ মোক্ষম আঘাত! ১২ লাখ লোকৰ পলায়ন অন্য স্থানলৈ…

বিপদত পৰিছে প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান। ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ বাবে এতিয়া পানীৰ অভাৱত দিন কটাইছে একাংশ পাকিস্তানী নাগৰিকে। পেহেলগাম...

উত্তৰাখণ্ডত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ৪ জনৰ মৃত্যু, প্ৰায় শতাধিক লোক নিৰুদ্দেশ

অনুকূল বতৰৰ মাজতো উত্তৰাখণ্ডৰ ধৰালীত বৃহৎ পৰিসৰৰ উদ্ধাৰ অভিযান অব্যাহত, বৰ্তমানলৈ উদ্ধাৰ ৪০০ লোক

দেশৰ পৰা প্ৰায় বিচ্ছিন্ন হোৱাৰ পথত উত্তৰাখণ্ডৰ ধৰালী গাঁও। ধৰালী গাঁৱৰ বানপানীৰ বাবে ৩০ৰ পৰা ৫০ ফুট ধ্বংসাৱশেষ জমা হৈছে।...

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে। কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব। টকা ৰাহি-খৰচ ভাল হʼব। শিক্ষাৰ্থীসকলৰ বাবে...

গলৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গলৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

৩১ আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা (এছ চি অ’) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

Page 166 of 549 1 165 166 167 549

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist