• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

নিজৰ দেহৰ লগত মিল নথকা তেজ গ্ৰহণ কৰিলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব আপুনি?

Nation NE by Nation NE
August 7, 2025
in ৰাষ্ট্ৰীয়, Top News
0 0
নিজৰ দেহৰ লগত মিল নথকা তেজ গ্ৰহণ কৰিলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব আপুনি?
Share on FacebookShare on TwitterWhatsApp

এজন ব্যক্তিৰ তেজ তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৃদস্পন্দন। কিন্তু সেই তেজ যদি আন কাৰোবাৰ হয় আৰু আপোনাৰ শৰীৰৰ লগত মিল নাথাকে তেন্তে কি হ’ব পাৰে।

যেতিয়া কোনো ৰোগীক চিকিৎসালয়ত তেজৰ প্ৰয়োজন হয়, তেতিয়া চিকিৎসকে তেওঁৰ অৱস্থা সুস্থিৰ কৰি ৰাখিবলৈ ট্ৰান্সফিউজন প্ৰক্ৰিয়া গ্ৰহণ কৰে। এই প্ৰক্ৰিয়াটো স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু ই সমানেই সংবেদনশীল। বিশেষকৈ যেতিয়া ৰোগীক তেওঁৰ লগত মিল নোহোৱা তেজৰ গোট এটা দিয়া হয়।

বিশেষজ্ঞসকলৰ মতে, যেতিয়া কোনো ব্যক্তিক তেওঁৰ তেজৰ গোটৰ সৈতে মিল নোহোৱা তেজ দিয়া হয়, তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ইয়াক বাহ্যিক আক্ৰমণ বুলি গণ্য কৰে। এই অৱস্থাক চিকিৎসা ভাষাত Acute Hemolytic Transfusion Reaction (AHTR) বুলি কোৱা হয়। ইয়াত শৰীৰে সেই নতুন তেজ ধ্বংস কৰিবলৈ এন্টিব’ডি উৎপন্ন কৰে, যাৰ ফলত ৰক্তকণিকাবোৰ ফাটিবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ অংগবোৰ গভীৰভাৱে প্ৰভাৱিত হয়।

ইয়াৰ লক্ষণসমূহ-

  • উচ্চ জ্বৰ আৰু কঁপনি
  • বুকু বা পিঠিত হঠাৎ বিষ
  • উশাহ লোৱাত অসুবিধা
  • প্ৰস্ৰাৱৰ ৰং ৰঙা বা গাঢ় হোৱা
  • ৰক্তচাপ হ্ৰাস পায়
  • শৰীৰত ফুলা বা এলাৰ্জীৰ দৰে লক্ষণ

যদি এই লক্ষণসমূহ সময়মতে চিনাক্ত নহয়, তেন্তে এই অৱস্থাৰ ফলত বৃক্ক বিকল হৈ মৃত্যুও হ’ব পাৰে।

এই বিপদৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক-

  • তেজ পৰীক্ষাৰ সঠিক প্ৰতিবেদন: তেজ সঞ্চালনৰ আগতে সদায় ৰোগীৰ তেজৰ গোট পৰীক্ষা কৰাব লাগে।
  • ক্ৰছ মেচিঙৰ প্ৰয়োজনীয়: দাতা আৰু ৰোগীৰ তেজ একেলগে মিহলাই পৰীক্ষা কৰাটো বাধ্যতামূলক।

ভুল তেজৰ গোটৰ তেজ সঞ্চালন কৰাটো এটা সৰু গাফিলতিৰ ডাঙৰ ফল হ’ব পাৰে। এই অৱস্থাই কেইমিনিটমানৰ ভিতৰতে শৰীৰৰ ভিতৰত বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে আৰু সময়মতে চিকিৎসা নকৰিলে মৃত্যুও হ’ব পাৰে। এনে পৰিস্থিতিত তেজ সঞ্চালনৰ প্ৰক্ৰিয়াটোক কেতিয়াও সহজভাৱে লোৱা উচিত নহয়।

Tags: Health BenefitHealth LifeMedical

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025