‘অসমত মই ৬০০ মাদ্ৰাছা বন্ধ কৰি দিলো, হিন্দুক ভাগ ভাগ কৰাৰ ফেক্টৰী খুলি ৰাখিছে কংগ্ৰেছে’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে। বিহাৰৰ কাটিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০...














