• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰত আৰম্ভ ভোটযুদ্ধ! কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? NDAক হৰুৱাব পাৰিব নে কংগ্ৰেছ-আৰজেডি গোটে?

Nation NE by Nation NE
November 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…
Share on FacebookShare on TwitterWhatsApp

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিহাৰৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ গৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা হ’বলগীয়া জিলাসমূহৰ ভিতৰত আছে মধেপুৰা, সহাৰছা, দৰভঙা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, সাৰণ, বৈশালী, সমস্তীপুৰ, বেগুছৰাই, খগড়িয়া, মুংগেৰ, লক্ষীচৰাই, শ্বেখপুৰা, নালন্দা, পাটনা, ভোজপুৰ, আৰু বক্সাৰ।

আজি নীতিশ কুমাৰ মন্ত্ৰীসভাৰ ১৪ জনকৈ মন্ত্ৰীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। ৩ কোটি ৭৫ লাখ ভোটাৰে ইভিএমত বন্দী কৰিব ১৩১৪জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য।

বিশিষ্ট নামৰ কথা ক’বলৈ গ’লে এই পৰ্যায়ত তেজস্বী যাদৱ, সম্ৰাট চৌধুৰী, আৰু বিজয় সিনহাৰ লগতে ১৬ জন চৰকাৰী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব। এই নিৰ্বাচনত সৰ্বাধিক চৰ্চিত সমষ্টি মোকামাতো অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

বিৰোধী গোটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ সমষ্টি ৰাঘোপুৰত হ’ব ভোটগ্ৰহণ। বিজেপিৰ মৈথিলী ঠাকুৰ, খেচাৰী লাল যাদৱৰ লগতে বক্সাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰো আজি ভাগ্য নিৰ্ণয় হ’ব।

কোনো কোনো অঞ্চলত সন্ধিয়া ৬ বজালৈ আৰু কোনো কোনো অঞ্চলত সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত কেইবাটাও স্পৰ্শকাতৰ বিধানসভা সমষ্টিত ভোটদানৰ সময়সীমা এঘণ্টা হ্ৰাস কৰা হৈছে। ফলস্বৰূপে এই বিধানসভা সমষ্টি আৰু বুথসমূহত সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Tags: Bihar ElectionVote

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025