Thursday, October 24, 2024
20 °c
Guwahati
21 ° Fri
23 ° Sat
Language -
অসমীয়া
  • English
Nation NE

Nation NE

কৃষকসকল দেশৰ নাগৰিক নহয় নেকি? শীৰ্ষ আদালতৰ প্ৰশ্নত জবাবদিহি হাৰিয়ানা চৰকাৰ

কৃষকসকল দেশৰ নাগৰিক নহয় নেকি? শীৰ্ষ আদালতৰ প্ৰশ্নত জবাবদিহি হাৰিয়ানা চৰকাৰ

প্ৰতিবাদ ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ অধিকাৰ নাই চৰকাৰৰ। প্ৰতিবাদ বন্ধ কৰাৰ বাবে অন্য ব্যৱস্থা ল’ব লাগিছিল চৰকাৰে।...

ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ খালিস্তানী নেতা তথা সাংসদ অমৃতপালৰ ভাতৃ

ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ খালিস্তানী নেতা তথা সাংসদ অমৃতপালৰ ভাতৃ

খালিস্তান সমৰ্থক লোকসভাৰ সাংসদ অমৃতপাল সিঙৰ ভাতৃক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। অমৃত পালৰ ভাতৃ হৰপ্ৰীত সিঙক পঞ্জাৱৰ ফিল্লৌৰৰ পৰা...

চাইনাইড নে আন কিবা; পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধ কি?

চাইনাইড নে আন কিবা; পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধ কি?

অধিকসংখ্যক লোকে চাইনাইডক পৃথিৱীৰ আটাইতকৈ বিপদজনক বিষ বুলি গণ্য কৰে। কিন্তু সঁচাকৈয়ে জানো চাইনাইড আটাইতকৈ বিপদজনক? কিয়নো আটাইতকৈ বিষাক্ত ৰাসায়নিক...

মহিলাসকলৰ বাবে উপহাৰৰ টোপোলা! স্বাস্থ্য ৰাজসাহায্যৰ পৰা কৰলৈকে পাব ৰেহাই…

মহিলাসকলৰ বাবে উপহাৰৰ টোপোলা! স্বাস্থ্য ৰাজসাহায্যৰ পৰা কৰলৈকে পাব ৰেহাই…

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অহা ২৩ জুলাইত দাখিল কৰিব পূৰ্ণাংগ বাজেট। বিত্ত মন্ত্ৰীয়ে এই বাজেটত...

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আদালতে। ডাঙৰ বিচাৰপীঠৰ শুনানি...

ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

শুকুৰবাৰে ৰাতিপুৱা নেপালত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত দুখন যাত্ৰীবাহী বাছ নদীত পৰি যোৱাৰ ফলত কমেও ৬৩...

চেলোৱাৰ পিন্ধি ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলুৱৈ ৰূপত দ্ৰৌপদী মূৰ্মু

চেলোৱাৰ পিন্ধি ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলুৱৈ ৰূপত দ্ৰৌপদী মূৰ্মু

হাতত ৰেকেট লৈ অলিম্পিক বিজয়ী ছাইনা নেহৱালৰ সৈতে বেডমিন্টন খেলিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে। ১০ জুলাইত ৰাষ্ট্ৰপতি ভৱনৰ বেডমিন্টত গ্ৰাউণ্ডত...

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত! নিৰাপত্তাজনিত কাৰণত অস্বীকাৰ BCCI-ৰ

চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত! নিৰাপত্তাজনিত কাৰণত অস্বীকাৰ BCCI-ৰ

২০২৫ বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ নকৰে ভাৰতে। বিচিচিআইৰ এক সূত্ৰত প্ৰকাশ পাইছে এই তথ্য। নিৰাপত্তাজনিত কাৰণত...

দলীয় নেতৃত্বৰ ওপৰত ক্ষোভ; বিজেপি ত্যাগ কৰাৰ ইংগিত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

দলীয় নেতৃত্বৰ ওপৰত ক্ষোভ; বিজেপি ত্যাগ কৰাৰ ইংগিত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বৰে পৰা স্পষ্ট ৰূপত দেখা দিছিল বিজেপি দলৰ ভিতৰত চলা অন্তৰ্কন্দল। ন-পুৰণি বিজেপি নেতাৰ যুঁজখনে লৈছিল...

মেইটেই এৰি কোনে প্ৰচলন কৰিছিল হিন্দু ধৰ্ম; ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতেই চৰ্চালৈ আহিছে এক বিষয়

মেইটেই এৰি কোনে প্ৰচলন কৰিছিল হিন্দু ধৰ্ম; ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতেই চৰ্চালৈ আহিছে এক বিষয়

পুনৰ এবাৰ চৰ্চালৈ আহিছে মণিপুৰ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী...

Page 92 of 111 1 91 92 93 111

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist