• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

কৃষকসকল দেশৰ নাগৰিক নহয় নেকি? শীৰ্ষ আদালতৰ প্ৰশ্নত জবাবদিহি হাৰিয়ানা চৰকাৰ

Nation NE by Nation NE
July 12, 2024
in ৰাষ্ট্ৰীয়
0 0
কৃষকসকল দেশৰ নাগৰিক নহয় নেকি? শীৰ্ষ আদালতৰ প্ৰশ্নত জবাবদিহি হাৰিয়ানা চৰকাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

প্ৰতিবাদ ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ অধিকাৰ নাই চৰকাৰৰ। প্ৰতিবাদ বন্ধ কৰাৰ বাবে অন্য ব্যৱস্থা ল’ব লাগিছিল চৰকাৰে। তাৰ পৰিৱৰ্তে ৰাজপথত বেৰিকেড দি যাতায়ত বন্ধ কৰাৰ অধিকাৰ নাই চৰকাৰৰ। কৃষকসকলৰ প্ৰতিবাদৰ সময়ত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে হাৰিয়ানা চৰকাৰৰ আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

লগতে উচ্চতম ন্যায়ালয়ে কয়, ‘কৃষকসকলো এই দেশৰ নাগৰিক। চৰকাৰৰ কাম হৈছে তেওঁলোকক খাদ্য আৰু ভাল চিকিৎসা সেৱা প্ৰদান কৰা। প্ৰতিবাদী কৃষকসকল আহিব,  শ্ল’গান দিব আৰু উভতি যাব। গতিকে তাৰ পৰিৱৰ্তে ঘাইপথ বন্ধ কৰি দিব নোৱাৰিব চৰকাৰে’।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দুদিন পূৰ্বে শম্ভু সীমান্ত মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ শুনানিৰ সময়ত এই সিদ্ধান্ত দিছিল। আদালতে পঞ্জাৱ আৰু হাৰিয়ানা দুয়োকে আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিছিল। প্ৰতিবাদৰ সময়ত কৃষকজনৰ মৃত্যুৰ তদন্তৰ বাবে এখন এছআইটি গঠন কৰিবলৈA নিৰ্দেশ প্ৰদান কৰিছিল।

উল্লেখ্য যে, শম্ভু বৰ্ডাৰত বিগত ৫ মাহৰ পৰা কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজপথত বেৰিকেড স্থাপন কৰিছিল। যাৰ বাবে যাতায়ত ব্যৱস্থাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল।

Tags: Farmers ProtestsHaryanaShambhu BorderSupreme Court

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025