Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Language -
অসমীয়া
  • English

আন্তঃ ৰাষ্ট্ৰীয়

ইছলাম ধৰ্মৰ প্ৰতি অনিহা বহু মুছলমানৰ; চিন্তিত মুছলমান ধৰ্মগুৰু

পৃথিৱীৰ দ্ৰুততম বিস্তাৰিত ধৰ্ম হৈছে ইছলাম। পিউ ৰিচাৰ্চ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি, যিটো গতিত মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি পাইছে, ২০৭০ চনলৈ বিশ্বত...

Read moreDetails

কলম্বোত টাকুৰী ঘূৰা দি নাচিলে অসমৰ ৰাংঢালী নাচনীয়ে; ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু নাচ প্ৰদৰ্শন

শ্ৰীলংকাৰ কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ কলম্বোত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন...

Read moreDetails

আচৰিত কাণ্ড; দাড়ি নথকাৰ বাবে চাকৰি গ’ল ২৮০ গৰাকীৰ

দাড়ি নথকাৰ বাবে আফগানিস্তানৰ নিৰাপত্তা দুৰ্গৰ ২৮০ জনকৈ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি আফগানিস্তান...

Read moreDetails

আকৌ ৰিঙত দেখা যাব কিংবদন্তি বক্সাৰ মাইক টাইছনক; ৫৮ বছৰ বয়সত কিয় এই সিদ্ধান্ত বক্সাৰ গৰাকীৰ?

আমেৰিকাৰ কিংবদন্তি বক্সাৰ মাইক টাইছনৰ জনপ্ৰিয়তা কথা বাৰু কোনে নেজানে? কেইবাটাও দশক ধৰি নিজৰ দুৰ্দান্ত প্ৰৰ্দশনৰে অভিভূত কৰি আহিছিল ক্ৰীড়া...

Read moreDetails

বিশ্বজুৰি বুকু কঁপাই যোৱা এক বিমান দূৰ্ঘটনা, জানো আহক সবিশেষ

পুনৰ সংঘটিত হয় বিশ্বজুৰি বুকু কঁপাই যোৱা এক বিমান দূৰ্ঘটনা। শুকুৰবাৰে এয়াৰশ্ব' এটাৰ সময়ত ভূমধ্য সাগৰত দুৰ্ঘটনাগ্ৰস্ত এই জেট বিমানখন।...

Read moreDetails

সপোন ভংগ হল বিনেশৰ, আবেদন নাকচ কৰিলে আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে

অৱশেষত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে নাকচ কৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আবেদন। যাৰ বাবে মল্লযুঁজাৰু গৰাকীৰ অলিম্পিকৰ পৰা ৰূপৰ...

Read moreDetails

এলৰ্বাট আইনষ্টাইনৰ আছিল ৫টা বিশেষ অভ্যাস… ইয়াৰে এটা অভ্যাস আছিল অতি আমোদজনক

পদাৰ্থ বিজ্ঞানী আইনষ্টাইনৰ বিষয়ে নজনা ব্যক্তি অতি কম যদিও বহুতে নাজানে বিজ্ঞানী গৰাকীয়ে এৰিব নোৱাৰা ৫টাকৈ বিশেষ অভ্যাস। বিশ্বৰ অন্য...

Read moreDetails

একেদিনাই স্বাধীন হোৱা দুখন ৰাষ্ট্ৰই কিয় পৃথককৈ পালন কৰে স্বাধীনতা দিৱস? জানক ইয়াৰ অন্তৰালৰ আঁৰৰ কাহিনী…

ধৰ্মৰ ভিত্তিত ভাৰতৰ পৰা পৃথক হোৱা পাকিস্তানেও ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। অৱশ্যে, পাকিস্তানে ১৪ আগষ্টত তেওঁলোকৰ স্বাধীনতা...

Read moreDetails

এজনো ভাৰতীয়ই বসবাস নকৰা পৃখিৱীৰ ৫খন দেশ; ইয়াৰে এখন দেশৰ নাম শুনিলে হ’ব আচৰিত

বিশ্বৰ ভিতৰত আজিও এনে কিছুমান দেশ আছে যিবোৰ দেশ আজিও বহুতৰ বাবে অপৰিচিত। ইয়াৰ উপৰি এনে কিছু দেশ আছে যিবোৰ...

Read moreDetails

বাংলাদেশত হিন্দুৰ বিক্ষোভ; ঢাকেশ্বৰী মন্দিৰৰ সুৰক্ষাত মুছলমান!

শ্বেখ হাছিনাৰ পদত্যাগ আৰু দেশ ত্যাগৰ পিছতো চুবুৰীয়া বাংলাদেশলৈ ঘূৰি অহা নাই শান্তি। বৈষম্য বিৰোধী আন্দোলনৰ সুযোগ লৈ একাংশ উগ্ৰ...

Read moreDetails
Page 109 of 118 1 108 109 110 118

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist