Friday, May 1, 2026
22 °c
Guwahati
24 ° Sun
24 ° Mon
Language -
অসমীয়া
  • English

উত্তৰ পূৱ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলা ৰমেন বৰঠাকুৰে যোগদান কৰিলে AAPত

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলা কংগ্ৰেছৰ জ্যেষ্ঠ...

Read moreDetails

কেতিয়া অনুষ্ঠিত হ’ব NEET পৰীক্ষা? প্ৰশ্নকাকত সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত NTA-ৰ

শেহতীয়াকৈ NEET-PG পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। পৰীক্ষাত বিসংগতিৰ অভিযোগ তুলি প্ৰতিবাদ মুখৰ হৈ পৰিছিল শিক্ষাৰ্থী...

Read moreDetails

ৰাজ্যত বানৰ সংহাৰী ৰূপ : এতিয়ালৈ ৩৮ জনতকৈও অধিক লোকৰ মৃত্যু

বিগত প্ৰায় এমাহ ধৰি ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ভয়ংকৰ বানপানীৰ ফলত এতিয়ালৈকে ৩৮ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা...

Read moreDetails

প্ৰধান মন্ত্ৰীয়ে সদনত মণিপুৰৰ কথা ক’লে মই মনে মনে থাকিম : আংগোমচা আকয়জাম

বিগত প্ৰায় এটা বছৰে মণিপুৰৰ ঘটনাই উত্তাল কৰি ৰাখিছে কেন্দ্ৰীয় সদন। ৰাজ্যখনৰ হিংসাত্মক ঘটনাক লৈ চৰকাৰী পক্ষৰ মৌনতাৰ বিপৰীতে বিৰোধী...

Read moreDetails

কৰুণ! কাছাৰৰ উধাৰবন্ধত ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু

কাছাৰৰ চলতাকান্দিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এটা ঘৰৰ মাটিৰ দেৱাল খহি...

Read moreDetails

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হ’ল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এখন বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা। সোমবাৰে নতুন...

Read moreDetails

অতি বৃষ্টিপাতৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা চৰকাৰৰ

উত্তৰ-পূব ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ দৰে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামতো বিগত কিছুদিনৰ পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। এই প্ৰতিকূল পৰিস্থিতিৰ...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ ৬১টা বন শিবিৰ বানৰ কৱলত

বিগত কিছু দিনৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত বানে কাল ৰূপ ধাৰণ...

Read moreDetails
Page 158 of 161 1 157 158 159 161

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist