• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!

Nation NE by Nation NE
June 17, 2025
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
Share on FacebookShare on TwitterWhatsApp

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধক লৈ যুদ্ধবিৰতিৰ আলোচনা বৰ্তমানেও আৰম্ভ হোৱা নাই। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে এক ডাঙৰ বিবৃতি দিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইৰ হত্যাৰ পিছত এই সংঘাতৰ অন্ত পৰিব বুলি কৈছে নেতান্যায়াহুৱে।

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা নুই কৰা নাই।

ইৰাণৰ নেতাগৰাকীক নিৰ্মূল কৰাৰ পৰিকল্পনা সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে, ইয়াৰ ফলত সংঘাত বৃদ্ধি নহয়, বৰঞ্চ সংঘাতৰ অন্ত পৰিব। নেতান্যায়াহুৱে ইংগিত দিয়ে যে, ইৰাণে যুদ্ধৰ অন্ত পেলাই পাৰমাণৱিক আলোচনালৈ ঘূৰি আহিব বিচৰা বাৰ্তাক গুৰুত্বসহকাৰে লোৱা নাই।

ট্ৰাম্পৰ আমেৰিকা ফাৰ্ষ্ট নীতি সম্পৰ্কে এক প্ৰশ্নৰ উত্তৰত নেতান্যায়াহুৱে কয় যে, তেওঁলোকে কেৱল নিজৰৰ শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া নাই, তেওঁলোকে আমেৰিকাৰ শত্ৰুৰ বিৰুদ্ধেও যুঁজিছে। তেওঁ আৰু কয় যে ই ইজৰাইলৰ বাবে এক ভাবুকিয়েই নহয়, আৰব প্ৰতিবেশী দেশসমূহৰ বাবে, ইউৰোপৰ বাবে আৰু আমেৰিকাৰ বাবেও ই এক ভাবুকি।

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ পৰিকল্পনা বন্ধ কৰি দিছিল, য’ত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। তথ্য অনুসৰি, আমেৰিকাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, ইৰাণীসকলে বৰ্তমানলৈকে কোনো আমেৰিকানক হত্যা কৰা নাই। যেতিয়ালৈকে সেয়া নহয় তেতিয়ালৈকে আমেৰিকাই ইৰাণৰ ৰাজনৈতিক নেতৃত্বক লক্ষ্য কৰি নলয়।

Tags: IranIsraelWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025