• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ছুইজাৰলেণ্ডত ভয়ংকৰ বিস্ফোৰণ, ৪০ জনকৈও অধিক লোকৰ প্ৰাণহানি

Nation NE by Nation NE
January 2, 2026
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ছুইজাৰলেণ্ডত এক ডাঙৰ বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, এই বিস্ফোৰণত ৪০ জনকৈ লোকৰ প্ৰাণহানি হয়। ইফালে ১০০ জনকৈও অধিক লোক আহত হয়। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।

এক প্ৰতিবেদন অনুসৰি, বিষয়াসকলে জনাই যে হয়তো সেই স্থানত পূৰ্বতেও অগ্নিৰ সূত্ৰপাত হৈছিল, তাৰ পিছত জ্বলনশীল গেছ লিক হোৱাৰ ফলত বিস্ফোৰণটো সংঘটিত হয়। ইয়াক ফ্লেছ অভাৰ বা বেকড্ৰাফ্ট বুলি জনা যায়। অৱশ্যে তেওঁলোকে লগতে কয় যে, ইয়াৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত ‘লে কনষ্টেলেশ্যন’ নামৰ জনপ্ৰিয় বাৰত এই বিস্ফোৰণ সংঘটিত হয়।এইখন আন্তঃৰাষ্ট্ৰীয় বিখ্যাত ‘স্কি ৰিজৰ্ট’ যিয়ে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষণ কৰে। অৱশ্যে সন্ত্ৰাসবাদী আক্ৰমণৰ কোনো সম্ভাৱনা নুই কৰিছে আৰক্ষীয়ে।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ১০খন হেলিকপ্টাৰ, ৪০খন এম্বুলেন্স, আৰু ১৫০জন উদ্ধাৰকাৰীক স্থানলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান ভুক্তভোগীক চিনাক্ত কৰি পৰিয়ালক অৱগত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। চুবুৰীয়া ৰাষ্ট্ৰ ইটালীত মিলানৰ নিগুৰ্ডা হাস্পতালৰ মূল বাৰ্ন ইউনিটটো আহতসকলৰ চিকিৎসাৰ বাবে উপলব্ধ কৰা হৈছে। ছুইজাৰলেণ্ডত থকা ইটালীৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে বহু মৃতদেহ চিনাক্ত কৰিবলৈ কেইবাসপ্তাহো লাগিব পাৰে। বাৰৰ চাৰিওফালে থকা অঞ্চলটো সম্পূৰ্ণৰূপে জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু ক্ৰেন্স-মন্টানাৰ ওপৰত ন’-ফ্লাই জ’ন জাৰি কৰা হৈছে।

ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, মুঠ প্ৰায় ৪০০ লোকৰ ক্ষমতা থকা বাৰখনৰ বেছমেণ্টত এই বিস্ফোৰণ সংঘটিত হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহুলভাৱে শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে যে, এই কাণ্ডৰ লগে লগে বাৰৰ পৰা ধোঁৱাৰ ঢৌ উঠে, যিয়ে বিস্ফোৰণ আৰু অগ্নিৰ পৰিসৰৰ প্ৰমাণ কৰে।

Tags: BlastFireSwitzerland

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025