• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

টাটা-আদানীৰ ৰাজ্যক চেৰ পেলাই শ্বেয়াৰ মাৰ্কেটৰ শীৰ্ষত বিহাৰ-উত্তৰ প্ৰদেশ

Nation NE by Nation NE
July 9, 2024
in ৰাষ্ট্ৰীয়
0 0
টাটা-আদানীৰ ৰাজ্যক চেৰ পেলাই শ্বেয়াৰ মাৰ্কেটৰ শীৰ্ষত বিহাৰ-উত্তৰ প্ৰদেশ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মুম্বাই আৰু গুজৰাটৰ লোকে দপদপাই থকা শ্বেয়াৰ বজাৰত প্ৰৱেশ ঘটিছে সৰু চহৰৰ বিনিয়োগকাৰীৰ সংখ্যা। ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহৰ পৰা সৰ্বাধিক সংখ্যক শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ লোকক চেৰ পেলাই ভাৰতৰ অন্য ৰাজ্যৰ নতুন বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

ব’ম্বে ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেচনেল ষ্টক এক্সচেঞ্জৰ (এনএছই) তথ্য অনুসৰি, নতুন বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত বিহাৰ প্ৰথম স্থানত আছে। বিহাৰত এতিয়া ৭১.৯ লাখ বিনিয়োগকাৰী আছে। এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ ৪৭.৮ শতাংশৰ সৈতে দ্বিতীয় স্থানত আছে।

উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ পিছত দেশত নতুন বিনিয়োগকাৰীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত ৩৩৪.৯ লাখ বিনিয়োগকাৰী আছে। উত্তৰ প্ৰদেশ এই তালিকাত দ্বিতীয় স্থানত আছে।

উত্তৰ প্ৰদেশে গুজৰাটক পিছ পেলাই তালিকাৰ দ্বিতীয়স্থানত আছে। গুজৰাটৰ মুঠ বিনিয়োগকাৰী হৈছে ১৬৭.৩ লাখ। গুজৰাটত নতুন বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি হৈছে ২৬.৬ শতাংশ। একেদৰে, ৰাজস্থান ১০৭.৯ লাখ বিনিয়োগকাৰীৰ সৈতে চাৰি নম্বৰ স্থানত আছে। নতুন বিনিয়োগকাৰী বৃদ্ধি হৈছে ৩৭.৬ শতাংশ।

আনহাতে পশ্চিম বংগ (বিনিয়োগকাৰী ১০১.২ লাখ, বৃদ্ধি ৩৯.১%), কৰ্ণাটক (বিনিয়োগকাৰী ৯৬.২ লাখ, বৃদ্ধি ২৮.৯%), মধ্য প্ৰদেশ (বিনিয়োগকাৰী ৯৪ লাখ, বৃদ্ধি ৩৭.৭%), তামিলনাডু (বিনিয়োগকাৰী ৮৬.৬ লাখ, বৃদ্ধি ২৫.৬%) আৰু বিহাৰ (বিনিয়োগকাৰী ৭১.৯ লাখ, বৃদ্ধি ৪৯.৪%)।

Tags: #Nifty#SensexBiharShare MarketStock Market

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026
আপুনিও চ’ত মাহৰ নৱৰাত্ৰিত দেৱী দুৰ্গাৰ শক্তিৰ ৰহস্য জানিব বিচাৰে নেকি? পঢ়ক এই ৫ পৌৰাণিক গ্ৰন্থ

March 22, 2026
মগজুত পেলায় নেতিবাচক প্ৰভাৱ! এইসমূহ খাদ্য ত্যাগ নকৰিলে আপুনিও সন্মুখীন হ’ব নানা সমস্যাৰ
Top News

মগজুত পেলায় নেতিবাচক প্ৰভাৱ! এইসমূহ খাদ্য ত্যাগ নকৰিলে আপুনিও সন্মুখীন হ’ব নানা সমস্যাৰ

March 22, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 22, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 22, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025